• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰা ৬০ উৰ্দ্ধৰ ব্যক্তিক চেলেংহাট হেল্থ ক্লাবৰ সহায়ৰ হাত

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 7, 2020 9:50 pm

1 min read

অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰা ৬০ উৰ্দ্ধৰ ব্যক্তিক চেলেংহাট হেল্থ ক্লাবৰ সহায়ৰ হাত

ফটো : নৰ্থ-ইষ্ট নাও

672
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন জনহিতকৰ কাম কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ টীয়কৰ “চেলেংহাট হেল্থ ক্লাৱে”।

শেহতীয়াকৈ টীয়কৰ নামচেচুৰ জীৰণি চৰাত দীৰ্ঘদিন ধৰি অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰি থকা এজন প্ৰায় ৬০ উৰ্দ্ধৰ  ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চেলেংহাট হেল্থ ক্লাৱ নামৰ সংস্থাটো।

উল্লেখযোগ্য যে সংস্থাটোৱে এই ৰুগীয়া ব্যক্তিজনৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা, ব্যক্তিজন থাকিব পাৰকৈ জীৰণি চ’ৰাটো প’লিথিনেৰে সুন্দৰ কৈ বেৰা, সাধ্য অনুসৰি কিছু খাদ্যবস্তু, জিৰণিৰ বাবে এখন বিচনাৰ ব্যৱস্থা কৰি দিছে।

বছৰ বছৰ ধৰি স্থানীয় ৰাইজে খাদ্য সামগ্ৰী যোগান ধৰি অহা এই ৰুগীয়া ব্যক্তিজনক এই খিনি সুবিধা কৰি দিয়াৰ বাবে সকলোৱে চেলেংহাট হেল্থ ক্লাবে আদৰণি জনাইছে ৷

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd