• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী বন্দুক হাতত লৈ চোৰাং বেপাৰীয়ে চলাইছে বন বিভাগ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 26, 2019 8:31 am
Mohibul Ali

স্বয়ম্ভু বন বিষয়া মহিবুল আলী। ফটো : নৰ্থ-ইষ্ট নাও

3.1k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া জুলফিকাৰ আহমেদৰ শেহতীয়া কৰ্মকাণ্ডই আতংকিত কৰি তুলিছে সচেতন মহলক। বিষয়া গৰাকীৰ ছত্ৰছায়াতে মহিবুল আলী ওৰফে পিছলা নামৰ এগৰাকী চোৰাং বেপাৰীক ‘স্বয়ম্ভু্’ বন বিষয়া পাতি চলাই আহিছে লুণ্ঠন।

বন বিষয়া জুলফিকৰ আহমেদে সৃষ্টি কৰা স্বয়ম্ভু বন বিষয়া মহিবুল ওৰফে পিছলাৰ নিৰ্দেশতে এতিয়া চলে কৃষ্ণাইৰ বন কৰ্মী সকল। ইয়াৰ উপৰি বৰপেটাৰ বাঘবৰৰ পৰা চোৰাং ব্যৱসায় কৰাৰ উদ্দেশ্যেৰে কৃষ্ণাইত থিতাপি লোৱা মহিবুলে নিগাজিকৈ কৃষ্ণাই বন বিভাগৰ চৰকাৰী আৱাস গৃহও দখল কৰি লৈছে।

চৰকাৰী আৱাস গৃহত থকাৰ উপৰি আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল মহিবুলে বন কৰ্মীৰ পোচাক পৰিধান কৰি হাতত অস্ত্ৰ লৈ দায়িত্বও পালন কৰে।

এজন সাধাৰণ চোৰাং ব্যৱসায়ীক কিয় এনে ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰিছে তাক লৈ এতিয়া কৃষ্ণাই তথা সমগ্ৰ গোৱালপাৰা জিলাতে চলিছে ব্যাপক চৰ্চা।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বন বিষয়া জুলফিকাৰ আহমেদে এইগৰাকী স্বয়ম্ভু বন বিষয়াৰ জৰিয়তে বিভাগটোত ব্যাপক অনিয়ম সংঘটিত কৰি আছে।

ইফালে স্থানীয় ৰাইজে অসাংবিধানিক ভাবে এজন চোৰাং ব্যৱসায়ীক চৰকাৰী পোচাক আৰু চৰকাৰী অস্ত্ৰ তুলি দি ভুৱা বনৰক্ষী সজোৱা ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd