DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড সংক্ৰমণত বোকাখাতৰ প্ৰবীন কংগ্ৰেছ কৰ্মী গুনীন ভৰালীৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
September 18, 2020 1:10 pm
Covid19: 1351 persons discharged in Assam on Sunday

প্ৰতিনিধিত্বমূলক চিত্ৰ

983
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত ক’ভিড-১৯ ৰ সংক্ৰমণত ষষ্ঠজন লোকৰ মৃত্যু হৈছে৷ বোকাখাতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, মধুমিতা হোটেলৰ স্বত্ত্বাধিকাৰী গুনীন ভৰালীৰ বৃহস্পতিবাৰৰ দিনা ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু হয়৷

মধুমেশ আৰু উচ্চ ৰক্তচাপত অসুস্থ হৈ পৰা গুনীন ভৰালীক প্ৰথমে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাৰ বাবে পাছত উন্নত চিকিৎসাৰ বাবে বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লয় গুনীন ভৰালীয়ে৷

মৃত্যুৰ পাছত কৰা ক’ভিড-১৯ৰ পৰীক্ষাত ভৰালীৰ শৰীৰত ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰে৷ 

গুনীন ভৰালী

প্ৰয়াত গুনীন ভৰালী বোকাখাত নগৰ মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু এজন প্ৰবীন কংগ্ৰেছ কৰ্মী আছিল৷ 

গুনীন ভৰালীৰ মৃত্যুত বোকাখাত ব্লক কংগ্ৰেছ সমিতিৰ লগতে বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

গুনীন ভৰালীৰ উপৰি ৰমেন্দ্ৰ কুমাৰ দেৱ নামৰ এজন লোকৰ ক’ভিড-১৯ৰ সংক্ৰমণত বোকাখাত অসামৰিক চিকিৎসালয়তে বৃহস্পতিবাৰৰ দিনা মৃত্যু হোৱাৰ পাছত বোকাখাতত ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়৷

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd