• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰহাৰত আহত বাছ চালক, ৰাষ্ট্ৰীয় ঘাইপথত পথালিকৈ বাছ ৰাখি প্ৰতিবাদ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , December 21, 2020 3:30 pm

1 min read

গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰহাৰত আহত বাছ চালক, ৰাষ্ট্ৰীয় ঘাইপথত পথালিকৈ বাছ ৰাখি প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

235
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত থকা বেইলি দলঙত আজি পুৱা গৃহৰক্ষী বাহিনীৰ জোৱানে এজন বাছ চালকক গুৰুলা গুৰুলকৈ প্রহাৰ কৰাক কেন্দ্ৰ কৰি কৃষ্ণাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনাৰ পিছতে বাছ চালক সকলে পথত বাছ ৰখাই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এনে উত্তেজনাময় পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰায় তিনি ঘণ্টাৰ বাবে যাতায়াত বন্ধ হৈ পৰে।

ফলত পথটোৰে আহ যাহ কৰা অন্যান্য যান-বাহনৰ লগতে এম্বুলেন্স, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক অস্বস্তিকৰ পৰিৱেশে বিৰাজ কৰে।

এই ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো বাছ পথালিকৈ ৰখাই প্ৰতিবাদ সাৱ্যস্ত কৰাৰ ফলত ব্যাপক যানযঁটৰ সৃষ্টি হয়।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক ঘাইপথ খালী কৰিবৰ বাবে আহ্বান জনায় যদিও ৰাইজক হাৰাশাস্তি কৰি শ শ লোক তথা যানবাহন আৱদ্ধ কৰি ঘাইপথ বন্ধ কৰাত সমস্যাৰ সৃষ্টি হয় বহুতৰে।

অৱশেত জিলাৰ শীৰ্ষ আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ইফালে প্ৰহাৰত আহত বাছ চালকজনে গৃহৰক্ষীৰ জোৱানজনৰ বিৰুদ্ধে কৃষ্ণাই আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে জোৱানজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd