• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰি লণ্ডনত আত্মগোপন কৰা বিচ্ছিন্নতাবাদী নেতাক দিল্লীত গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 11:56 am
6k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ এগৰাকী বিচ্ছিন্নতাবাদী নেতা নৰেংবাম সমৰজিত সিঙক সোমবাৰে নেচনেল ইনভেষ্টিগেচন এজেন্সি, চমুকৈ নিয়াৰ হাতত ধৰা পৰিছে।

সোমবাৰে নিয়াই নেতাগৰাকীক মণিপুৰৰ ৰাজধানী ইম্ফললৈ লৈ আহিছে।

নেতাগৰাকীয়ে লণ্ডনত মণিপুৰৰ স্বাধিনতা ঘোষণা কৰিছিল।

শুকুৰবাৰে তেওঁক পাটিয়ালা কোৰ্টত হাজিৰ কৰা হয়।

আদালতে ৩১ মাৰ্চলৈকে তেওঁক জেৰা কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰে।

নেতাগৰাকী দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা বৃহস্পতিবাৰে ৰাতিপুৱা আটক কৰা হৈছিল।

তেওঁ লণ্ডনৰ পৰা এয়াৰ ইণ্ডিয়াযোগেৰে আহি আছিল।

সোমবাৰে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত তেওঁক নমোৱাৰ পাছতে তেওঁৰ সমৰ্থকসকলে ‘লং লিভ মণিপুৰ’, ‘লং লিভ সমৰজিৎ’ ধ্বনি দিবলৈ ধৰে।

উল্লেখযোগ্য যে ২০১৯ চনত লণ্ডনত সমৰজিতে মণিপুৰক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল।

তদুপৰি আন এজন বিচ্ছিন্নতাবাদী নেতা য়াম্বেন বিৰেনৰ স’তে লগ লাগি লণ্ডনত এখন মণিপুৰৰ সমান্তৰাল চৰকাৰো গঠন কৰিছিল।

তেওঁ নিজকে বৈদেশিক আৰু সুৰক্ষা মন্ত্ৰী আৰু য়াম্বেন বীৰেনক মণিপুৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল।

মণিপুৰ চৰকাৰে এই লৈ তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰৰ দায়িত্ব নিয়াক অৰ্পন কৰিছিল।

তেতিয়াৰে পৰা তেওঁলোকে লণ্ডনত আশ্ৰয় লৈ আছিল।

মঙলবাৰে, নিয়াই সমৰজিত আৰু য়াম্বেন বিৰেনকে ধৰি পাঁচজন অভিযুক্তৰ বিৰুদ্ধে এখন চাৰ্জশ্বিট দাখিল কৰিছিল।

মণিপুৰৰ নিয়া স্পেচিয়েল কোৰ্টত তৰা গোচৰটো ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি আৰু ৪২০ ধাৰা আৰু আইনবিৰুদ্ধ কাম কাজ প্ৰতিৰোধ আইন ১৯৬৭ৰ ১৩ আৰু ১৭ ধাৰামতে তৰা হৈছিল।

 

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd