• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-০ গ’লত পৰাস্ত নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2019 8:02 am

1 min read

EME3aFYUEAAgE1F
508
VIEWS
Share on FacebookShare on Twitter

আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত বুধবাৰে বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-০ গ’লৰ ব্যৱধানত পৰাস্ত হয় নৰ্থ-ইষ্ট য়ুনাইটেড।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত যোৱাবাৰৰ চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমাৰ্ধত ঘৰুৱা দলটোৱে গ’লশূন্যভাৱে ড্ৰ খেলিবলৈ সক্ষম হয়।

কিন্তু দ্বিতীয়াৰ্ধৰ ৬৮ মিনিটত আলহী দলটোৱে লাভ কৰা এটা পেনাল্টিৰ জৰিয়তে প্ৰথমটো অগ্ৰগতি লয়। বেংগালুৰুৰ হৈ গ’লটো দিয়ে অধিনায়ক তথা ষ্টাৰ ফুটবলাৰ সুনীল চেত্ৰীয়ে।

ইয়াৰ কিছু সময় পিছতেই অৰ্থাৎ ৮০ মিনিটত বেংগালুৰুৱে দ্বিতীয়টো আঘাত হানে নৰ্থ-ইষ্টৰ শিবিৰত। এলবাৰ্ট ছেৰানৰ চমকপ্ৰদ গ’লে বেংগালুৰু এফ চিৰ বিজয় সুনিশ্চিত কৰে।

চলিত ছিজনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ এয়া দ্বিতীয় পৰাজয়। বেংগালুৰু এফ চিৰ পূৰ্বে এ টি কেৰ বিৰুদ্ধেও পৰাস্ত হৈছিল নৰ্থ-ইষ্ট য়ুনাইটেড।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd