• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 10:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কেইখনমান বিশেষ ৰে’ল সেৱাৰ পৰিচালন আৰু সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উভয় দিশত এই বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰিত কৰা হ’ব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ পৰা বিভিন্ন চহৰলৈ চলিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিছে।

বিশেষ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ সম্পৰ্কত বিস্তৃত তথ্য তলত উল্লেখ কৰা সূচী অনুসাৰে হব-

৩ জুলাইৰ পৰা ৩১ জুলাই, ২০২৩ লৈ প্ৰতি সোমবাৰে ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰেলখনৰ সেৱা ০৫(পাঁচ) টা ট্ৰিপৰ বাবে ছেকেন্দ্ৰাবাদৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বাবে সম্প্ৰসাৰিত কৰা হ’ব।

Apply Now

একেদৰে, ৬ জুলাইৰ পৰা ৩ আগষ্ট, ২০২৩ লৈ প্ৰতি বৃহস্পতিবাৰে ৰে’ল নং ০৭০৪৭ (ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখনৰ সেৱা আন ০৫(পাঁচ) টা ট্ৰিপৰ বাবে ডিব্ৰুগড়ৰ পৰা ছেকেন্দ্ৰাবাদলৈ ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।

উভয় দিশৰ যাত্ৰাৰ সময়ত এই বিশেষ ৰে’লসমূহ শিমলুগুড়ী, ডিমাপুৰ, লামডিং, গোৱালপাৰা টাউন, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী, ৰামপুৰহাট, খড়গপুৰ, ভুৱনেশ্বৰ, বিশাখাপত্তনম আৰু বিজয়ৱাড়া হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।

৪ জুলাইৰ পৰা ২৯ আগষ্ট, ২০২৩লৈ প্ৰতি মঙলবাৰে ৰে’ল নং. ০৯৫২৫ (ওখা-নাহৰ লাগুণ) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা ০৯ (ন )টা ট্ৰিপৰ বাবে ওখাৰ পৰা নাহৰ লাগুণলৈ সম্প্ৰসাৰিত কৰা হব।

একেদৰে, ৮ জুলাইৰ পৰা ২ছেপ্টেম্বৰ, ২০২৩ লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৯৫২৬ (নাহৰলাগুণ-ওখা) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা নাহৰলাগুণৰ পৰা যাত্ৰা আৰম্ভ কৰি ওখাত উপস্থিত হ’বলৈ আন ০৯ (ন) টা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হব। উভয় দিশৰ যাত্ৰাৰ সময়ত এই ৰে’লসমূহ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’বলৈ হাৰমতী আৰু ৰঙাপাৰা নৰ্থ হৈ চলাচল কৰিব।

ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি-গুৱাহাটী) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখনে ৭ জুলাইৰ পৰা ২৮ জুলাই, ২০২৩লৈ প্ৰতি শুকুৰবাৰে আন ০৪ (চাৰি) টা ট্ৰিপৰ বাবে ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।

একেদৰে, ৮জুলাইৰ পৰা ২৯জুলাই, ২০২৩লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৮০৪৮ (গুৱাহাটী-সাঁতৰাগাছি) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখনে আন ০৪ (চাৰি)টা ট্ৰিপৰ বাবে গুৱাহাটীৰ পৰা সাঁতৰাগাছিলৈ ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।

দুয়োখন ৰে’ল গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কিশণগঞ্জ, মালদা টাউন আৰু বৰ্দ্ধমান হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd