• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিজেপি চৰকাৰৰ অন্তিম খন বিধানসভা অধিৱেশন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2021 4:38 pm

1 min read

Assam-Assembly
250
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ব’হাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব পাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ অধিৱেশন।

চলিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ এই খনেই হ’ব অন্তিম খন বিধানসভাৰ অধিৱেশন।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অধিসূচনা জাৰি কৰি বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিছে।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিৱেশন কিমান দিনীয়া হ’ব সেয়া বিধানসভাৰ পৰামৰ্শদাতা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও বিধানসভাৰ সৈতে জৰিত শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰৰ অন্তিম খন বিধানসভাৰ অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই বেছি।

উক্ত অধিৱেশনতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ বাবে  বিত্তীয় অনুমোদন বিচাৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই তিনিদিনীয়া ভ্ৰমণসূচীলৈ অসম ভ্ৰমণ কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্তই আজি গুৱাহাটীত অনুষ্ঠিত কৰা সংবাদ মেলত ব’হাগ বিহুৰ পূৰ্বেই ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব পাৰে বুলি ইংগিত দিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd