• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ ঘাটত সেউজ বিশ্বনাথৰ উদ্যোগত ক’ভিড সম্পৰ্কীয় ব্যতিক্ৰমী সজাগতা অনুষ্ঠান

ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী লৈ সজাগতা বাৰ্তা চিকিৎসকৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , December 31, 2020 5:37 pm

2 min read

বিশ্বনাথ ঘাটত সেউজ বিশ্বনাথৰ উদ্যোগত ক’ভিড সম্পৰ্কীয় ব্যতিক্ৰমী সজাগতা অনুষ্ঠান

ফটো : নৰ্থ-ইষ্ট নাও

796
VIEWS
Share on FacebookShare on Twitter

নৱ বৰ্ষক আদৰাৰ প্ৰস্তুতি তুংগত। ক’ভিড মহামাৰীৰ বাবে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত আনন্দ উল্লাস হ্ৰাস পাইছে যদিও আংশিকভাৱে উদযাপনৰ বাবে সাজু হৈছে সকলো।

সমান্তৰালকৈ লকডাউনৰ বাবে বহু মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়ৰ পাঠদান পুনৰ নতুন বৰ্ষৰ আৰম্ভণিৰ লগে আৰম্ভ হ’ব।

ইতিমধ্যে এই ক্ষেত্ৰত পুনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত আৰম্ভ হৈছে ক’ভিড টেষ্ট প্ৰক্ৰিয়া।

কিন্তু বিগত বহু মাহ ধৰি বিদ্যালয়লৈ নোযোৱা ছাত্ৰ-ছাত্ৰী সকল পুনৰ নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে বিদ্যালয়মুখি হোৱাৰ লগতে ক’ভিড মহামাৰীৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে বিশ্বনাথ ঘাটৰ নৱ গঠিত “সেউজ বিশ্বনাথ” নামৰ সামাজিক অনুষ্ঠানে।

গুপ্তকাশী বিশ্বনাথ ঘাটস্থিত বিশ্বনাথ প্ৰাথমিক বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ ড০ ভূপেন হাজৰিকা জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা সজাগতা সভাৰ লগতে মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

অনুষ্ঠানত সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত সহযোগ কৰে দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই।

বিশেষকৈ দুটাকৈ স্থানত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ভিডিঅ’ বাৰ্তা।

ক’ভিড মহামাৰীৰ পৰা নিজকে সুৰক্ষিত ৰাখি কেনেকৈ সুচাৰুৰূপে পাঠদান গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিষদভাৱে ভিডিঅ’ যোগে বাৰ্তা প্ৰেৰণ কৰে বিশ্বনাথ ঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ সুশান্ত খাৰঘৰীয়াই।

উল্লেখ্য যে পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুয়োখন বিদ্যালয়ত পূৰ্ণ সহযোগতি আগবঢ়ায় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।

গুপ্তকাশী বিশ্বনাথ ঘাটৰ নৱ গঠিত সেউজ বিশ্বনাথৰ উদ্যোগত ইতি পূৰ্বে বহু সামাজিক অনুষ্ঠান আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে।

দুয়োখন বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সেউজ বিশ্বনাথৰ সভাপতি কাজি জেইদুল ইছলাম, সম্পাদিকা শিল্পী মণি দাস, সদস্যবৃন্দ ক্ৰমে বিদ্যুৎ দাস, পৰশমণি বৰঠাকুৰ, পিংকুল হাজৰিকা, স্নিগ্ধা বৰকটকী, অমৃত দাস, বিতু মণি দাস, দেৱৰ্শী বৰঠাকুৰ, মিন্তু চাহু আৰু দেৱাশীষ দাস উপস্থিত থাকে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd