• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা,পৰীক্ষা দিবলৈ যোৱা ৫ গৰাকী কলেজীয়া শিক্ষাৰ্থীকে ধৰি ৭ জনৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 9, 2024 2:59 pm
90
VIEWS
Share on FacebookShare on Twitter

গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পৰীক্ষা দিবলৈ যোৱা ৫ গৰাকী কলেজীয়া শিক্ষাৰ্থীৰ মৃত্যু হৈছে। দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত দ্বিতীয়খন গাড়ীত থকা দুজন লোক নিহত হয়। মুঠতে মৃত্যুৰ সংখ্যা ৭ জন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৮ বজাত জুনাগড়ৰ যোটপুৰ-বেৰাবল ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ভান্দ্ৰী গাঁৱৰ সমীপত ডিভাইডাৰত খুন্দা মাৰে। তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন ভুল লেনত সোমাই যায়। সেই সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই আছিল যে দুয়োখন বাহনেই চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। এই ঘটনাত শিক্ষাৰ্থীসকল থকা গাড়ীৰ ৫জনৰ মৃত্যু হয়। জনা যায় যে তেওঁলোকে পৰীক্ষা দিবলৈ গৈ আছিল। আনখন বাহনত থকা দুজন যাত্ৰীৰো থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। গাড়ীখন ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে আৰক্ষীয়ে গাড়ীখনৰ পৰা মৃতদেহকেইটা উলিয়াই আনিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। ঘটনাৰ পিছতে ৭টা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা ১৯ নৱেম্বৰতো গুজৰাটৰ ভাৰুচ অঞ্চলত সংঘটিত হৈছিল এক মৰ্মান্তিক পথ দুৰ্ঘটনা। য’ত দুটা শিশু আৰু দুগৰাকী মহিলাকে ধৰি ৬ জন লোকৰ মৃত্যু হৈছিল। জানিব পৰা মতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত থিয় হৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল। ৬ জন লোকৰ থিতাতে মৃত্যু হৈছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd