• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেড ৱাইনত চুমক দি অটুট ৰাখক যৌৱন; জানক, ঠিক কিমানখিনি খালে সুন্দৰ হ’ব আপোনাৰ স্বাস্থ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 12:21 pm
প্রতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

প্রতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতীজৰে পৰা ৰেড ৱাইন জনপ্ৰিয় হৈ আহিছে। এতিয়া ভাৰততো বহুত মানুহ ৰেড ৱাইনৰ অনুৰাগী। ই সোৱাদৰ বাবেও বিখ্যাত। কিন্তু আপুনি জানেনে যে ৰেড ৱাইনত চুমক দিও স্বাস্থ্য উন্নত কৰিব পাৰি? ৰেড ৱাইন সেৱনত স্বাস্থ্যৰ কেইবাটাও উপকাৰ পোৱা যায়।

ৰেড ৱাইনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জান আহক:

১. হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

ৰেড ৱাইনত পলিফিনল নামৰ এন্টিঅক্সিডেন্ট থাকে। যিয়ে হৃদযন্ত্ৰৰ ৰক্তবাহী নলীৰ আৱৰণক সুৰক্ষা দিব পাৰে। ই ধমনীত প্লেক জমা হোৱাত বাধা দিয়ে, ৰক্তচাপ কমোৱাত সহায় কৰে।

Apply Now
প্ৰতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ৰেড ৱাইনত এন্টিঅক্সিডেন্ট থাকে। যেনে, ৰেচভেৰাট্ৰল যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ প্ৰদাহ কমায়। সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে।

৩. কেন্সাৰ প্ৰতিৰোধ কৰে

ৰেড ৱাইনত পিকাটানল নামৰ যৌগ থাকে যিয়ে চৰ্বি কোষ গঠন হোৱাত বাধা দিয়ে। ই ওজন কমোৱাতো সহায় কৰে।

প্ৰতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

৪. ছালৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ

ছালৰ বাবে ৰেড ৱাইন গুৰুত্বপূৰ্ণ। ইয়াত এন্টিঅক্সিডেন্ট থাকে। যিয়ে অক্সিডেটিভ চাপ হ্ৰাস কৰে। অকাল বাৰ্ধক্য ৰোধ কৰিব পাৰে। ব্ৰণ হ্ৰাস কৰিব পাৰে। সামগ্ৰিকভাৱে ছালৰ গঠন উন্নত কৰে।

৫. মানসিক স্বাস্থ্য

ৰেড ৱাইনত থকা ৰেচভেৰাট্ৰলে মগজুত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। স্মৃতিশক্তি সতেজ কৰি ৰখাত সহায় কৰে। মেজাজ উন্নত কৰে। পাৰ্কিনছন আৰু এলঝেইমাৰ ৰোগত আক্ৰান্ত স্নায়ুজনিত ৰোগীয়ে নিয়মীয়াকৈ ৰেড ৱাইন সেৱন কৰিলে উপকৃত হ’ব।

প্ৰতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

৬. ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে

ৰেড ৱাইনে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে। তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

৭. আয়ুস বৃদ্ধি

ৰেড ৱাইনৰ এই স্বাস্থ্য উপকাৰিতাই দীৰ্ঘায়ু হোৱাত সহায় কৰে। নিয়মিতভাৱে মধ্যমীয়া পৰিমাণে ৰেড ৱাইন সেৱন কৰিলে দীৰ্ঘায়ু হ’ব পাৰে।

প্ৰতিনিধিত্বমূলক ফটো। ফটো: সংগ্ৰহীত।

মন কৰিবলগীয়া যে মধ্যমীয়া পৰিমাণত ৰেড ৱাইন খোৱাটো গুৰুত্বপূৰ্ণ। অত্যধিক মদ্যপানে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সাধাৰণতে মহিলাসকলে প্ৰতিদিনে এক পেগ ৰেড ৱাইন খাব পাৰে। পুৰুষসকলে দিনটোত দুটা পেগ ৰেড ৱাইন খালে সুস্থ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd