• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৱা বৰ্ষত নিহত হোৱা ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই নিহত গাজা যুদ্ধত: চিপিজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 11:23 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ২০২৩ বৰ্ষত নিহত হোৱা মুঠ ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই ইজৰাইল-হামাছ যুদ্ধত নিহত হোৱা বুলি কমিটী টু প্ৰটেক্ট জাৰ্নেলিষ্ট (চিপিজে)য়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে। প্ৰায় এটা দশকৰ ভিতৰত সংবাদ মাধ্যমৰ বাবে এই মৃত্যুৰ সংখ্যা আছিল আটাইতকৈ মাৰাত্মক।

ছোমালিয়া আৰু ফিলিপাইনছত মৃত্যুৰ সংখ্যা সুস্থিৰ হৈ থকাৰ বিপৰীতে চিপিজে-ই কয় যে গাজা, ইজৰাইল আৰু লেবাননত মৃত্যুৰ সংখ্যা বৃদ্ধি নহ’লে বিশ্বজুৰি সাংবাদিক হত্যাৰ সংখ্যা বছৰৰ পিছত বছৰ ধৰি হ্ৰাস পালেহেঁতেন।

২০১৫ চনৰ পিছত সাংবাদিকৰ এই মৃত্যুৰ সংখ্যা সৰ্বাধিক আৰু ই ২০২২ চনৰ পৰিসংখ্যাতকৈ প্ৰায় ৪৪ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

২০২৩ চনৰ ডিচেম্বৰ মাহত চিপিজে-ই প্ৰকাশ কৰা অনুসৰি ইজৰাইল-গাজা যুদ্ধৰ প্ৰথম তিনিমাহতে সমগ্ৰ বছৰত আন যিকোনো দেশত যিমান সাংবাদিক নিহত হৈছে তাতকৈ অধিক সাংবাদিকৰ মৃত্যু হৈছে।

ইজৰাইল-হামাছ সংঘাতত নিহত হোৱা ৭২ জন সাংবাদিকৰ ভিতৰত তিনিজন লেবাননৰ আৰু দুজন ইজৰাইলী বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

চিপিজেৰ মুখ্য কাৰ্যবাহী জোডি গিন্সবাৰ্গে কয় যে গাজাৰ সাংবাদিকসকল সন্মুখৰ শাৰীতে আছে। 

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd