• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপত প্ৰাণ সঞ্চাৰ! আঞ্চলিক দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 6:48 am
index

আছুৰ বিষয়ববীয়াৰ অগপত যোগদান কাৰ্যসূচী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰে মিত্ৰতাত আৱদ্ধ অসম গণ পৰিষদ দলটো লাহে লাহে শক্তিহীন হৈ অহা বুলি প্ৰায়েই চৰ্চা চলি আছে। আনকি আঞ্চলিক দলটোৰ মাজত আঞ্চলিক জাতীয়তাবাদৰ অভাৱ ঘটাৰ অভিযোগ কৰি ইতিমধ্যে ৰাজ্যখনত বিকল্প ৰাজনৈতিক শক্তিৰো উত্থান ঘটিছে।

ইয়াৰ মাজতে অসম গণ পৰিষদৰ নেতৃত্বতই নিৰ্বাচনী পৰিস্থিতিত দলটো টনকিয়াল কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। শনিবাৰে কেইবাগৰাকীও আছুৰ বিষয়ববীয়াই অগপত যোগদান কৰি এক প্ৰকাৰ অগপত প্ৰাণ সঞ্চাৰ কৰে।

Apply Now

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, সাহিত্য সম্পাদক অঞ্জন কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৩ শতাধিক প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যই দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰাই উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি যোগদান কৰাৰ বাবে উষ্ম আদৰণি জনাই কয় যে, বৰ্তমান সময়ত অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বঢ়াৰ বাবেই নতুন নতুন তেজৰ আমদানি ঘটিছে।

বৰাই লগতে যুৱ আৰু ছাত্ৰ শক্তিক ঐক্যবদ্ধ ভাৱে অসম গণ পৰিষদ দলৰ মাধ্যমৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে অসমৰ বিভিন্ন মহাবিদ্যালয়ত ইতিমধ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সহযোগত ছাত্ৰ একতা সভা সমূহ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনৰ পৰা  অভিজ্ঞতাপুষ্ট আঞ্চলিক ৰাজনৈতিক দলটোত এই নতুন তেজৰ আমদানিয়ে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি যোগদানকাৰী সকলক আদৰণি জনোৱাৰ লগতে দলত থাকি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।

সভাত দলৰ উপ-সভাপতি সুনীল ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, সম্পাদক সংগঠন তুলাৰাম গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য আছিকুৰ ৰহমান তথা অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd