• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ চিৰিয়াখানাৰ বহুকেইটা গোৰিলা কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 5:15 pm

1 min read

আমেৰিকাৰ চিৰিয়াখানাৰ বহুকেইটা গোৰিলা কোভিড প’জিটিভ
98
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চানডিয়াগো জু চাফাৰী পাৰ্কত থকা কেইবাটাও গোৰিলা কোভিড প’জিটিভ হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

বিশ্বৰ বিৰল প্ৰজাতি বিধ প্ৰথমবাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চানডিয়াগো জু চাফাৰী পাৰ্কত থকা দুটা গোৰিলাই কাঁহ আৰম্ভ হোৱাৰ পাছতে দুয়োটা গোৰিলাৰ লগতে ইয়াৰ ওচৰত থকা অন্য গোৰিলাৰ কোভিড পৰীক্ষা সম্পন্ন কৰোৱা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি আৰু ৰাষ্ট্ৰীয় পশুসেৱা পৰীক্ষাগাৰত সম্পন্ন হোৱা কোভিড পৰীক্ষাত বহু কেইটা গোৰিলা কোভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়।

গোৰিলাৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে জু চাফাৰী পাৰ্কখন দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়।

চিৰিয়াখানা কৰ্তৃপক্ষই ইতিমধ্যে গোৰিলা কেইটাৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিকিৎসালয়ত সিংহৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ ভিতৰত কোভিডৰ সংক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd