DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি ওলাইছে ব্ৰহ্মপুত্ৰ ব’ৰ্ডত; লগতে দৰকাৰ ৭জন যুৱ পেচাদাৰী  ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 11:36 am
Brahmaputra board
12.7k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বিভিন্ন পৰ্য্যায়ৰ মুঠ ৪৫টা পদত নিযুক্তি দিবলৈ ওলাইছে আৰু তাৰ বাবে চাকৰি প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্য্যন্ত পেই স্কেলৰ এই পদবোৰৰ বাবে অহা ৩১ জানুৱাৰিৰ ভিতৰত আৱেদন কৰিব লাগিব। আৱেদন কৰা প্ৰাৰ্থীৰ বয়সৰ ঊৰ্ধ্বসীমা ৫৬ বছৰ।

নিযুক্তি প্ৰাপ্ত ব্যক্তিয়ে ৩ বছৰ পৰ্য্যন্ত বা তাতকৈও বেছি সময়ৰ বাবে ডেপুটেশ্যনত কাম কৰিব লাগিব বুলি ব’ৰ্ডৰ সূত্ৰত প্ৰকাশ।

লক্ষণীয় কথাটো হ’ল মোদীৰ “ডিজিটেল ইণ্ডিয়া”ৰ দিনতো ব্ৰহ্মপুত্ৰ ব’ৰ্ডে চাকৰিৰ বাবে আৱেদন প্ৰক্ৰিয়াটো অনলাইন কৰিব নোৱৰাটো। বিজ্ঞাপনটোত অনলাইন আৱেদন কৰাৰ বাবে কোনো লিংক দিয়া হোৱা নাই বা বিভাগীয় ৱেবছাইট (যিটো অতি নিম্নখাপৰ)ৰ আন ঠাইতো সেই সুবিধা নাই।

সম্পূৰ্ণ বিজ্ঞাপনটো চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক-

ব্ৰহ্মপুত্ৰ ব’ৰ্ডত খালী হোৱা বিভিন্ন পদৰ বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক

অস্থায়ী ভিত্তিত ৭জন যুৱ পেচাদাৰী ব্যক্তিৰ প্ৰয়োজন

এই নিযুক্তিৰ উপৰি ব’ৰ্ডে বিভিন্ন প্ৰকল্প সম্পৰ্কীয় কামৰ বাবে অস্থায়ী ভিত্তিত ৭জন যুৱ পেচাদাৰী ব্যক্তিৰ প্ৰয়োজন বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে।

এওঁলোকৰ দৰমহা মাহে ৩০ হাজাৰ টকা আৰু কোনো CPF/GPF বা আন সা-সুবিধা দিয়া নহয়। কাম কৰিব বিচৰা যুৱ পেচাদাৰীসকলে টেকনিকেল আৰু নন-টেকনিকেল দুয়ো ধৰণৰ কাম কৰিব লগীয়া হ’ব পাৰে বুলি বিজ্ঞাপনটোত কোৱা হৈছে।

বিজ্ঞাপনটোত কোৱা হৈছে, তেওঁলোকক প্ৰথম অৱস্থাত কেৱল ছমাহৰ বাবেহে কামত জড়িত কৰা হ’ব (প্ৰয়োজন অনুসৰি সময় বৃদ্ধি কৰা হ’ব পাৰে) আৰু ইয়াক নিযুক্তি বুলি ধৰা নহ’ব।

সম্পূৰ্ণ বিজ্ঞাপনটো চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক-

“যুৱ পেচাদাৰী ব্যক্তি”ৰ বিজ্ঞাপনটোৰ বাবে ইয়াত ক্লিক কৰক

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd