• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱবৰ্ষৰ পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণ? ছুইজাৰলেণ্ডৰ অভিজাত স্কি ৰিজৰ্টত বিস্ফোৰণ, বহু লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 3:07 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষক আদৰণি জনোৱাৰ আনন্দই এক ভয়ংকৰ বিষাদলৈ পৰিণত হ’ল। ছুইজাৰলেণ্ডৰ আলপাইন অঞ্চলৰ জনপ্ৰিয় ৰিজ’ৰ্ট চহৰ ক্ৰেন্স-মন্টানাৰ এখন বাৰত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হয়। শেহতীয়া বাতৰি মতে এই ঘটনাত কমেও ৪০ জন লোক নিহত হৈছে।

Apply Now

চুইজাৰলেণ্ডৰ সংবাদ মাধ্যম আৰ টি এছে প্ৰকাশ কৰা অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১:৩০ বজাত পৰ্যটক আৰু স্থানীয় লোকে নৱবৰ্ষৰ পূৰ্বে উদযাপন কৰি থকাৰ সময়তে ‘লে কনষ্টেলেচন’ নামৰ বাৰখনত এটা বা ততোধিক বিস্ফোৰণ সংঘটিত হয়।

প্ৰাথমিক অনুমান অনুসৰি এই বিস্ফোৰণটো বাৰৰ বেছমেণ্টত সংঘটিত হৈছিল, যাৰ ফলত নিমিষতে সমগ্ৰ অট্টালিকাটোত বিধ্বংসী জুই জ্বলি উঠে। সাধাৰণতে ৪০০ লোক বহিব পৰা এই বাৰখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ভিৰ আছিল।

ভেলেছ কেণ্টন আৰক্ষীৰ মুখপাত্ৰ গেটান লেথিয়নে এএফপিক জনোৱা মতে, বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু বহু লোক আহত হৈছে। ঘটনাস্থলীত কেইবাখনো এম্বুলেন্স নিয়োগ কৰা হৈছে আৰু ‘এয়াৰ-গ্লেচিয়াৰ’ হেলিকপ্টাৰখন উদ্ধাৰৰ কামত ব্যৱহাৰ কৰা হৈছে। প্ৰশাসনে নিহত পৰিয়ালৰ বাবে হেল্পলাইন নম্বৰ স্থাপন কৰিছে।

উদ্ধাৰ কামৰ সৈতে জড়িত এক সূত্ৰই এই কাণ্ডক ‘বৃহৎ দুৰ্যোগ’ বুলি অভিহিত কৰিছে। তেওঁৰ মতে, হতাহতৰ সংখ্যা ইমানেই বেছি হ’ব পাৰে যে ই ২০১২ চনৰ ছিয়েৰ বাছ দুৰ্ঘটনাৰ (য’ত ২৮ জন লোকৰ মৃত্যু হৈছিল)ৰ ভয়ংকৰ স্মৃতি ঘূৰাই আনিব পাৰে। অৱশ্যে আনুষ্ঠানিকভাৱে কোনো নিৰ্দিষ্ট সংখ্যা জনোৱা নাই আৰক্ষীয়ে।

আৰক্ষীয়ে এই পৰ্যন্ত প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ কূটাঘাতমূলক বা অপৰাধমূলক কাৰ্যকলাপৰ প্ৰমাণ পোৱা নাই। ই এক দুৰ্ঘটনা বুলি অনুমান কৰা হৈছে যদিও ফৰেনছিক দলে বিস্ফোৰণৰ সঠিক উৎস নিৰ্ণয়ৰ বাবে কাম কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd