• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অইলৰ ছুইমিংপুলত তুষাৰজিৎ শইকীয়াৰ মৃত্যুৰ ঘটনা : ১১ অক্টোবৰত ডিব্ৰুগড় জিলা বন্ধৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 8:11 am
zaloni-club-duliajan

দুলীয়াজানৰ জালনী ক্লাৱ। ফটোৰ উৎস : ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৫ জুনত দুলীয়াজানৰ অইলৰ জালনী ক্লাবৰ ছুইমিং পুলত তুষাৰজিৎ শইকীয়া নামৰ ছাত্ৰজনৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ ৩ মাহ উকলি যোৱাৰ পাছতো কোনো তথ্য প্ৰকাশ নকৰাৰ অভিযোগ তুলি কেইবাটাও সংগঠনে অহা ১১ অক্টোবৰত ডিব্ৰুগড় জিলা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।

ডিব্ৰুগড় জিলা চুতীয়া জিলা চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা সোণোৱাল কাছাৰী ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা মটক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, দুলীয়াজান সংগ্ৰামী যুৱ মঞ্চই বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে।

Apply Now

বিজ্ঞপ্তিটোত কোৱা হৈছে যে উক্ত দিনা ছুইমিং পুলত যথেষ্টসংখ্যক লোক থকাৰ মাজতো কিদৰে ছাত্ৰজনৰ মৃত্যু হ’ল তাৰ প্ৰকৃত তথ্য বৰ্তমানো উদ্‌ঘাটন কৰিব নোৱৰা আৰু এজন দোষীকো আটক কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয়।

তেওঁলোকে অভিযোগ কৰে যে জিলা প্ৰশাসনে আন ঘটনাৰ ক্ষেত্ৰত যি ধৰণে তৎপৰতা প্ৰদৰ্শন কৰে, তুষাৰজিৎ শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোত তেনে ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল।

২৬ জুলাইত দুলীয়াজানৰ কেইবাটাও জাতি-জনগোষ্ঠীয়,মহিলা সংগঠন আৰু ৰাইজ একত্ৰিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছিল।

তেওঁলোকে লগতে এজন সুদক্ষ তথা অভিজ্ঞ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল যদিও প্ৰশাসনে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। তদুপৰি, যোৱা ৩১ আগষ্টত উক্ত ঘটনাৰ চি বি আইৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক-পত্ৰ সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি বিজ্ঞপ্তিতটোত উল্লেখ কৰা হৈছে।

সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে কাৰ্যৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ চি বি আই তদন্তৰ দাবী তুলি সংগঠনকেইটাই ১১ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধৰ লগতে সৰ্বাত্মক অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।

বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে এই বন্ধলৈ বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি, দুলীয়াজান আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদকে ধৰি আন কেইবাটাও দল-সংগঠনেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd