• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বি টি আৰ বিজয় উৎসৱলৈ যোৱা গাড়ী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ দুৰ্ঘটনাত পতিত

NE NOW NEWS ইয়াছিন আলী
বঙাইগাওঁ , February 7, 2020 5:07 pm

1 min read

Accident Bongaigaon

দুৰ্ঘটনাত পতিত লোকসকলৰ একাংশ।

75.3k
VIEWS
Share on FacebookShare on Twitter

“বি টি আৰ বিজয় উৎসৱ”ত ভাগ ল’বলৈ যোৱা যাত্ৰীৰে ভৰা এখন টাটা মেজিক গাড়ী (নং ২৩৯৯) আজি বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়।

কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাত মেজিকখন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দেৱালত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত বহুকেইজন যুৱক আহত হয় আৰু ইয়াৰে ৫জনৰ আঘাত গুৰুতৰ।

ততাতৈয়াকৈ ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ আহতসকলক মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।

আহতসকল ক্ৰমে- সুৰেশ ৰামছিয়াৰি, হৰি চাপন ৰামছিয়াৰি, প্ৰণৱ মুছাহাৰী, বডিয়া মুছাহাৰী, দীনেশ মুছাহাৰী, পাজিব বড়ো, নীৰেন বডো, দিলীপ ডেইৰি বডো, শুকন ৰামছিয়াৰি, পাতল বসুমতাৰী, চৱন নাথ, পৱিত্ৰ ৰামছিয়াৰি, মিহিংগা দেউৰী, তুফান বড়ো, আগোনা নাৰ্জাৰী, গোলাপ বসুমতাৰী, বিশ্বনাথ বসুমতাৰী, প্ৰকাশ বসুমতাৰী, প্ৰতাপ গয়াৰী, নিতোন ৰামছিয়াৰি, নিজোন বড়ো, চাঞ্চুমা বড়ো, আলুমবা বড়ো, তমেজ বসুমতাৰী, নপন মুছাহাৰী।

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd