• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত বন্ধৰ নামত হিংসাত্মক ঘটনা; ডি এফ অ’ক নমাই লৈ জ্বলাই দিয়া হ’ল চৰকাৰী গাড়ী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 11, 2020 6:44 pm
Haflong

বন্ধৰ সমৰ্থকে জ্বলাই দিয়া চৰকাৰী বাহন।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথক স্বায়ত্তশাসিত জিলা গঠনৰ দাবীত ইণ্ডিজেনাছ পীপলছ ফ’ৰামে দিয়া অনিৰ্দিষ্টকালীন হাফলং বন্ধত আজি ব্যাপক হিংসাৰ ঘটনা ঘটে।

বন্ধৰ সমৰ্থকে ৰাজপথত চলাচল কৰা যান-বাহনৰ ওপৰত আক্ৰমণ চলোৱাৰ উপৰি জ্বলাই দিয়ে চৰকাৰী বাহন।

Apply Now

পুৱাৰ পৰাই বন্ধক কেন্দ্ৰ কৰি হাফলঙৰ সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈ পৰে।

পুৱাতে আৰক্ষী আৰু  বন্ধ সমৰ্থকৰ মাজত সংঘাতৰ ফলত তিনিগৰাকী বন্ধ সমৰ্থক আহত হয়।

ইয়াৰ উপৰি মটৰ বাইক লৈ যোৱা এগৰাকী যুৱকক বন্ধ সমৰ্থকে আক্ৰমণ কৰাৰ ফলত আহত হয় যুৱকজন।

হিংসাত্মক ঘটনাৰ পিছত আই এছ এফৰ সভাপতি ডেভিদ কেইভমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

দিনৰ ১২ মান বজাত হাফলঙৰ মহাদেব টিলাত জিলা ন্যায়ালয়ৰ চিভিল জজ পাঞ্চালী শ্যামৰ বাহনত বন্ধ সমৰ্থনকাৰীসকলে আক্ৰমণ চলায়।

আক্ৰমণত শ্যামৰ ব্যক্তিগত বাহনখন ক্ষতিগ্ৰস্ত হয়।

ইয়াৰোপৰি নিৰাপত্তাৰক্ষীৰ বাহনতো আক্ৰমণ চলাই বাহনৰ গ্লাছ ভাঙি দিয়ে বন্ধৰ সমৰ্থকসকলে।

দুপৰীয়া হাফলং চহৰৰ চিনোড ৰটাৰিৰ কাষতে  বন বিভাগৰ ডি এফ’ অৰ চৰকাৰী বাহনখন ৰাজপথত জ্বলাই দিয়া হয়।

প্ৰাপ্ত তথ্য অনুসৰি ডি এফ অ’ ৰমেন দাস পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পৰা এখন বৈঠক সামৰি চৰকাৰী আৱাসলৈ উভতি যোৱাৰ সময়তে বন্ধ সমৰ্থকৰ এটা গোটে তেওঁৰ বলেৰ’খনৰ পৰা নমাই চালকৰ পৰা ছাবিপাট লৈ বাহনত অগ্নি সংযোগ কৰে।

ঘটনাৰ আধা ঘণ্টাৰ পাছত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা  আৰু আৰক্ষী অধীক্ষকক বীৰ বিক্ৰম গগৈ উপস্থিত হয়। ইয়াৰ পাছত অগ্নিনিৰ্ব্বাপক বাহিনী উপস্থিত হৈ বাহনৰ জুই নুমুৱায়।

মুঠতে আজি বন্ধৰ সময়ছোৱাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতা স্পষ্ট হৈ পৰে। আনকি বন্ধৰ সমৰ্থকৰ আক্ৰমণত আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয়।

জিলা সদৰ হাফলঙত বন্ধৰ সামগ্ৰিক প্ৰভাৱ পৰাৰ উপৰি মাহুৰ চহৰতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়।

আনহাতে হাৰাংগাজাওত কিছুমান ব্যাৱসায়িক প্ৰতিষ্ঠান খোলা থকাৰ খবৰ পোৱা গৈছে।

শেহতীয়া খবৰ অনুসৰি তথ্য আৰু জনসংযোগ বিভাগৰ দুগৰাকী কৰ্মীৰ ওপৰত বন্ধ বিৰোধী গোটে চলোৱা আক্ৰমণত আহত হয়।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd