• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন দাবীৰে নগাঁৱত এছ এফ আই আৰু ডি ৱাই এফৰ তীব্ৰ প্ৰতিবাদ

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , December 23, 2020 8:15 am

1 min read

বিভিন্ন দাবীৰে নগাঁৱত এছ এফ আই আৰু ডি ৱাই এফৰ তীব্ৰ প্ৰতিবাদ
549
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নগাঁও জিলাত এছ এফ আই আৰু ডি ৱাই এফ আইয়ে বিক্ষোভ কাৰ্য্যসূচী পালন কৰে।

নিবনুৱা সমস্যা সমাধান কৰা, শিক্ষাৰ মানদণ্ড উন্নত কৰা, মৃত উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰি তোলা, নিবনুৱা সকলক ছয় হেজাৰ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত বাওঁপন্থী যুব- ছাত্ৰ সংগঠন ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYF)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত মঙলবাৰে যুৱ বিক্ষোভ কাৰ্যসূচী পালন কৰে।

মোৰ চাকৰি কলৈ গল বুলি প্ৰশ্ন কৰি যুৱ ছাত্ৰ – সংগঠন দুটাই নগাঁও কলেজ চকত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়ক, দূৰ্নীতি মুক্ত নিযুক্তি প্ৰদান কৰক, মৃত উদ্যোগ সমূহ পুনৰ কাৰ্যক্ষম কৰক আদি শ্লোগানেৰে সংগঠন দুটাই নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

নগাঁৱৰ উপৰিও মঙলবাৰে বিশ্বনাথটো ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYF) জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd