• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শচীনৰ বিৰাট-বন্দনা! প্ৰথম দৰ্শনত ভৰি চুইছিল, হাঁহি ৰখাব পৰা নাছিলো; একেবাৰে অন্তৰ চুই গ’ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 9:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শতক অৰ্জন কৰাৰ পিছতে বিৰাট কোহলীয়ে নতজানু হৈ শচীন টেণ্ডুলকাৰক প্ৰণাম কৰা দেখা গৈছে। শচীনেও থিয় হৈ হাত চাপৰি বজাই থকা দেখা গ’ল। ৱানখেড়ে শচীনৰ ঘৰুৱা খেলপথাৰ। সেই খেলপথাৰতে বিৰাটে শচীনৰ ৪৯ শতকৰ অভিলেখ ভংগ কৰিলে। এদিনীয়া ক্ৰিকেটত তেওঁ ৫০তম শতক অৰ্জন কৰে।

শচীনো আবেগত উথলি উঠিল। তেওঁৰ মনত পৰিছে বিৰাটক প্ৰথম লগ পোৱাৰ কথা। বিৰাটৰ পঞ্চাশ শতকৰ পাছত শচীনে ছচিয়েল মিডিয়াত লিখিছে, “যেতিয়া মই তোমাক প্ৰথমবাৰৰ বাবে ভাৰতৰ ড্ৰেছিং ৰুমত লগ পাইছিলো, তেতিয়া তোমাৰ সতীৰ্থসকলে ধেমালিতে মোক প্ৰণাম কৰিবলৈ কৈছিল। তেতিয়া কেৰিয়াৰ ভাল হ’ব। এয়া হেনো ভাৰতীয় দলৰ ড্ৰেছিং ৰুমৰ নিয়ম। তুমি সেই ধেমালিটো বুজি নাপাই মোক প্ৰণাম কৰিবলৈ গৈছিলা। মই হাঁহি বন্ধ কৰিব পৰা নাছিলোঁ। আজি তুমি মোৰ অন্তৰ চুই গলা। তোমাৰ প্ৰতিভা আৰু খেলৰ প্ৰতি থকা আকৰ্ষণে মোৰ মন চুই গৈছে। সেই সৰু ল’ৰাটো আজি বিৰাট হৈ উঠিছে। মই অত্যন্ত সুখী।”

Apply Now

ভাৰতীয় বেটছমেনে তেওঁৰ অভিলেখ ভংগ কৰাত অধিক সুখী শচীন। তেওঁ লিখিছে, ‘মই আটাইতকৈ বেছি সুখী যে এজন ভাৰতীয়ই মোৰ এই অভিলেখ ভংগ কৰিছে। আৰু বিশ্বকাপৰ ছেমি ফাইনেলৰ দৰে ডাঙৰ মঞ্চত কৰাৰ কৃতিত্বই সুকীয়া। আৰু মোৰ ঘৰুৱা খেলপথাৰত কৰাটো সঁচাকৈয়ে কেকৰ ওপৰত ৰখা চেৰিৰ দৰে।”

এটা সময়ত বিৰাটে ৰান পোৱা নাছিল। দৰাচলতে শতকীয় ইনিংছ খেলিব পৰা নাছিল। সেই সময়ত তেওঁ শচীনক লগ কৰিছিল। তেওঁৰ পৰা পৰামৰ্শ লৈছিল। তাৰপিছতে ৰাণৰ মাজলৈ প্ৰত্যাৱৰ্তন ঘটিল বিৰাটৰ। শচীন সঁচাকৈয়ে বিৰাটৰ গুৰু। ইনিংছৰ শেষত বিৰাটে কয়, ‘মোৰ হিৰো শচীন পাজী খেলপথাৰত আছে। তেওঁৰ সন্মুখত এই ইনিংছ খেলাটো এটা সপোনৰ দৰে।”

The first time I met you in the Indian dressing room, you were pranked by other teammates into touching my feet. I couldn’t stop laughing that day. But soon, you touched my heart with your passion and skill. I am so happy that that young boy has grown into a ‘Virat’ player.

I… pic.twitter.com/KcdoPwgzkX

— Sachin Tendulkar (@sachin_rt) November 15, 2023

বিৰাটে সপোন বাস্তৱায়িত কৰি পেলালে। বুধবাৰে তেওঁ ১১৩টা বলত ১১৭ ৰানৰ ইনিংছ খেলে। ৯টা চাৰি আৰু ২টা ছয় মাৰে। তেওঁ দৌৰি ৬৯ ৰান সংগ্ৰহ কৰে। ৩৫ বছৰীয়া বিৰাটে আৰু খেলি অধিক অভিলেখ ভংগ কৰি যাব, আৰু শচীনে সেয়া  উপভোগ কৰি নয়ন জুৰাব!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd