• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাহিৰ হুডা,ছামি: দলত অন্তৰ্ভুক্ত আয়াৰ, শ্বাহবাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 11:17 am
IND vs SA T20I
147
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে আঘাতৰ সমস্যাই চিন্তাত পেলাইছে ভাৰতীয় শিবিৰক। আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হৈছে শেহতীয়াকৈ ভাৰতৰ হৈ ক্ৰিকেটৰ চুটি ফৰ্মেটটোত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই অহা উদীয়মান বেটাৰ দীপক হুডা।

আনহাতে ক’ভিদৰ বাবে শৃংখলাটোৰ বাবে দলৰ পৰা বাদ পৰিছে পেচাৰ মহম্মদ ছামিও। এই দুই তাৰকাৰ বাদেও দলৰ নিৰ্ভৰযোগ্য তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো শৃংখলাটোত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লৈছে বিচিচিআই- এ।

এই তিনি খেলুৱৈৰ অনুপস্থিতিত দলত অন্তৰ্ভুক্ত কৰা হৈছে বেটাৰ শ্ৰেয়স আয়াৰ, যুৱ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদ আৰু পেচাৰ উমেশ যাদৱক। বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে।

“ছামি বৰ্তমানলৈকে ক’ভিদৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। তেওঁক আৰু কিছু অধিক সময়ৰ প্ৰয়োজন। সেয়েহে ছামি দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাহিৰ হ’ব আৰু উমেশ যাদৱ দক্ষিণ আফ্ৰিয়া শৃংখলাৰ বাবে ছামিৰ পৰিৱৰ্তে দলত থাকিব।”— বিচিচিআইৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখ্য যে তিনিখনীয়া মেচৰ শৃংখলাটো ২৮ ছেপ্টেম্বৰৰ পৰা তিৰুৱন্তপুৰমত আৰম্ভ হ’ব। এই শৃংখলাৰ পাছতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেই তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাতো অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd