• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগ দি নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিব ছাত্ৰ নেতা প্ৰবীণ বৈশ্যই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2019 9:28 pm
Prabin Baishya Shall oppose citizenship bill on party platfom: Assam student leader on joining BJP

প্ৰবীণ বৈশ্য। ছবি- নৰ্থ ইষ্ট নাও।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ বৈশ্যই অতি সোনকালে বিজেপিত যোগদান কৰিব। কিন্তু দলটোৰ মজিয়াৰ পৰাই তেওঁলোকৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” নাগৰিকত্ব বিধেয়কৰ তেওঁ বিৰোধিতা কৰি যাব।

“ভাৰত প্ৰতিজন হিন্দুৰে স্ব-ভূমি” আদৰ্শত চলা গেৰুৱা দলটোৰ মজিয়াত এই স্থিতি লোৱাৰ প্ৰতিশ্ৰুতি মঙলবাৰে সংবাদমেলত বৈশ্যই সদৰী কৰে।

Apply Now

“আন্দোলন কৰিয়েই সকলো সমস্যা সমাধান নহয়। আমি অহিংস নীতিক বিশ্বাস কৰো। বিজেপিৰ মজিয়াত থাকি সজোৰে অসমৰ হৈ মাত মাতি যাব পাৰিম। বিজেপিৰ মজিয়াত থাকিয়েই বিধেয়কৰ বিৰোধিতাও নিশ্চয়কৈ কৰা হ’ব। অনুসূচিত জাতিৰ হৈ যিমান কাম কৰিব লাগে কৰিম। জাতিটোৰ বিৰুদ্ধে কিবা সিদ্ধান্ত ল’লে প্ৰতিবাদ কৰি যাম,” বিজেপিত যোগদানৰ কেৱল আনুষ্ঠানিকতাহে বাকী বুলি উল্লেখ কৰি বিধেয়কবিৰোধী আন্দোলনৰ নেতাজনৰ মন্তব্য।

বৈশ্যই কেৱল বিজেপিয়ে নহয়, ইয়াৰ আদৰ্শগত পথপ্ৰদৰ্শকৰূপে জনাজাত আৰ এচ এচটো যোগ দিয়াৰ কথা সদৰী কৰিছে।

“মই আৰ এচ এচ বা বিজেপি কৰিবলৈ ওলোৱা মোৰ সিদ্ধান্তটো কোনো দোষণীয় কথা হ’ব নোৱাৰে। কাৰণ এইখন গণতান্ত্ৰিক দেশ,” বহুলোকে বিজেপিগামী নেতাসকলক কৰা সমালোচনাৰ প্ৰতিৰোধত বৈশ্যৰ মন্তব্য।

তেওঁৰ সৈতে ছাত্ৰ সংগঠনটোৰ ৫০ শতাংশ সদস্যই বিজেপিত যোগদান কৰাৰ লগতে ১৪খন অনুসূচিত জাতি উন্নয়ন পৰিষদেও যোগদান কৰিব বুলি সদৰী কৰে ছাত্ৰ সংগঠনটোৰ নেতাজনে।

ইয়াৰোপৰি, এনএছয়ুআই, কংগ্ৰেছৰ পৰাও তেওঁৰ লগত বিজেপিত যোগদানৰ বাবে যাব বুলি তেওঁ সদৰী কৰে।

তেওঁৰ বিজেপি গমনৰ কাৰণ, “সংসদীয় নিৰ্বাচনত বৃহৎ সাফল্যৰ পাছতো অলপো অহংকাৰ নকৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, এসময়ৰ অসমৰ ছাত্ৰ সমাজৰ উজ্জ্বল ধ্ৰুৱতৰাস্বৰূপ ভক্তিপৰায়ণ, বিনম্ৰ অমায়িক তথা সবল নেতৃত্বৰ অধিকাৰী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যুৱ প্ৰজন্মৰ আদৰ্শ নেতা তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাত আপ্লুত হৈ মই লগতে মোৰ বহু সমৰ্থক তথা বহুকেইখন উন্নয়ন পৰিষদসহ বিজেপিত যোগদানৰ বাবে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত আলোচনাত মিলিত হৈছিলো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd