• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টকা দি ফিল্ম এৱাৰ্ড কিনে শ্বাহৰুখ খানে! এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 12:02 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। গোটেই পৃথিৱীয়ে তেওঁক কিং খান নামেৰে চিনি পায়। এতিয়া এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰৰ নামত উত্থাপিত হৈছে এক বিস্ফোৰক অভিযোগ। জনপ্ৰিয় হিন্দী ধাৰাবাহিকৰ অভিনেত্ৰী শ্বামা চিকন্দৰে শেহতীয়াকৈ দাবী কৰিছে যে শ্বাহৰুখ খানে ধনৰ বিনিময়ত ফিল্মী বঁটা ক্ৰয় কৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে শ্বাহৰুখ খানৰ নাম উল্লেখ কৰি কয় যে শ্বাহৰুখ খানে নিজেই মুকলিকৈ কৈছে যে তেওঁ টকাৰে কেইবাটাও ফিল্মী বঁটা ক্ৰয় কৰিছে। অভিনেত্ৰীগৰাকীৰ মতে, শ্বাহৰুখে সংকোচ নকৰাকৈ কৈছে যে তেওঁ টকাৰে কেইবাটাও ফিল্মী বঁটা ক্ৰয় কৰিছে। কেবল সৎ হোৱাই যথেষ্ট নহয়, এইটো কোৱাৰ বাবে দম লাগিব!”

লগতে পঢ়কঃ কাৰ্যালয়ৰে ৫৮ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক, ৭২ কোটি টকা উৎকোচ! ‘সুন্দৰী’ গৱৰ্ণৰৰ কাণ্ড…

এই দেশত ফিল্মী বঁটা কিনাটো নতুন কথা নহয় বুলিও কয় শ্বামাই। বহু বছৰ ধৰি এইটো চলি আহিছে। বলীউডৰ বহু ছুপাৰষ্টাৰে এই ধৰণৰ ফিল্মি বঁটা কেৱল টকাৰ বিনিময়ত কিনিছে। লগতে এই অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে এসময়ত এই  ফিল্মী বঁটা লাভ কৰিলে তাৰকাসকল বহুত প্ৰশংসিত হৈছিল।

কিন্তু এতিয়া সকলো টকাৰ খেল। এনে বঁটা অনুষ্ঠান মূলতঃ এতিয়া মুনাফা লুটাৰ স্থানত পৰিণত হৈছে। সেয়ে এতিয়া এই অনুষ্ঠানবোৰত এজন তাৰকাই কিমান দামী পোছাক পিন্ধিছিল বা কেনেকৈ সাজিকাছি আহিছিল সেই কথাক লৈ কোনেও মূৰ নঘমায়। কিন্তু প্ৰশ্ন হয়, সঁচাকৈয়ে বলীউডৰ কিং খান শ্বাহৰুখে টকাৰে বঁটা ক্ৰয় কৰে?

লগতে পঢ়কঃ ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

দৰাচলতে এবাৰ এটা সাক্ষাৎকাৰত বলীউডৰ বাদশ্বাহে কৈছিল যে তেওঁ ‘বাজিগৰ’ চিনেমাত অভিনয়ৰ বাবে লাভ কৰা ফিল্মফেয়াৰ বঁটাটো টকা দি কিনিছিল। যদিও শ্বাহৰুখে সেইদিনা ধেমালিতে এই কথা কৈছিল। প্ৰসংগক্ৰমে শ্বাহৰুখে কেইবাদশকজোৰা অভিনয় জীৱনত মুঠ ৩০০ টা ফিল্মী বঁটা লাভ কৰিছে। এই বিষয়ত কেইবাটাও সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ ৯ মহলীয়া কাৰ্যালয়ৰ প্ৰতিটো মহলাতে তেওঁৰ অভিনয় জীৱনত লাভ কৰা কোনো নহয় কোনো বঁটাৰ সজোৱা আছে। 

Recent News

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd