• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকা দি ফিল্ম এৱাৰ্ড কিনে শ্বাহৰুখ খানে! এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 12:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। গোটেই পৃথিৱীয়ে তেওঁক কিং খান নামেৰে চিনি পায়। এতিয়া এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰৰ নামত উত্থাপিত হৈছে এক বিস্ফোৰক অভিযোগ। জনপ্ৰিয় হিন্দী ধাৰাবাহিকৰ অভিনেত্ৰী শ্বামা চিকন্দৰে শেহতীয়াকৈ দাবী কৰিছে যে শ্বাহৰুখ খানে ধনৰ বিনিময়ত ফিল্মী বঁটা ক্ৰয় কৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে শ্বাহৰুখ খানৰ নাম উল্লেখ কৰি কয় যে শ্বাহৰুখ খানে নিজেই মুকলিকৈ কৈছে যে তেওঁ টকাৰে কেইবাটাও ফিল্মী বঁটা ক্ৰয় কৰিছে। অভিনেত্ৰীগৰাকীৰ মতে, শ্বাহৰুখে সংকোচ নকৰাকৈ কৈছে যে তেওঁ টকাৰে কেইবাটাও ফিল্মী বঁটা ক্ৰয় কৰিছে। কেবল সৎ হোৱাই যথেষ্ট নহয়, এইটো কোৱাৰ বাবে দম লাগিব!”

লগতে পঢ়কঃ কাৰ্যালয়ৰে ৫৮ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক, ৭২ কোটি টকা উৎকোচ! ‘সুন্দৰী’ গৱৰ্ণৰৰ কাণ্ড…

Apply Now

এই দেশত ফিল্মী বঁটা কিনাটো নতুন কথা নহয় বুলিও কয় শ্বামাই। বহু বছৰ ধৰি এইটো চলি আহিছে। বলীউডৰ বহু ছুপাৰষ্টাৰে এই ধৰণৰ ফিল্মি বঁটা কেৱল টকাৰ বিনিময়ত কিনিছে। লগতে এই অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে এসময়ত এই  ফিল্মী বঁটা লাভ কৰিলে তাৰকাসকল বহুত প্ৰশংসিত হৈছিল।

কিন্তু এতিয়া সকলো টকাৰ খেল। এনে বঁটা অনুষ্ঠান মূলতঃ এতিয়া মুনাফা লুটাৰ স্থানত পৰিণত হৈছে। সেয়ে এতিয়া এই অনুষ্ঠানবোৰত এজন তাৰকাই কিমান দামী পোছাক পিন্ধিছিল বা কেনেকৈ সাজিকাছি আহিছিল সেই কথাক লৈ কোনেও মূৰ নঘমায়। কিন্তু প্ৰশ্ন হয়, সঁচাকৈয়ে বলীউডৰ কিং খান শ্বাহৰুখে টকাৰে বঁটা ক্ৰয় কৰে?

লগতে পঢ়কঃ ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

দৰাচলতে এবাৰ এটা সাক্ষাৎকাৰত বলীউডৰ বাদশ্বাহে কৈছিল যে তেওঁ ‘বাজিগৰ’ চিনেমাত অভিনয়ৰ বাবে লাভ কৰা ফিল্মফেয়াৰ বঁটাটো টকা দি কিনিছিল। যদিও শ্বাহৰুখে সেইদিনা ধেমালিতে এই কথা কৈছিল। প্ৰসংগক্ৰমে শ্বাহৰুখে কেইবাদশকজোৰা অভিনয় জীৱনত মুঠ ৩০০ টা ফিল্মী বঁটা লাভ কৰিছে। এই বিষয়ত কেইবাটাও সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ ৯ মহলীয়া কাৰ্যালয়ৰ প্ৰতিটো মহলাতে তেওঁৰ অভিনয় জীৱনত লাভ কৰা কোনো নহয় কোনো বঁটাৰ সজোৱা আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd