• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিলাজ, ছেক্সুৱেল পাৰ্ভাৰ্ট’: প্ৰা. মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটু সমালোচনা প্ৰা. ন্যা. কাটজুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2020 6:34 pm
CJI Ranjan Gogoi

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাজ্য সভাৰ মনোনয়ন গ্ৰহণ কৰাৰ পিছতে তেওঁক কটু ভাষাৰে সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কেণ্ডেয় কাটজুৱে।

গগৈক সমালোচনাৰ লক্ষ্যৰূপে লৈ প্ৰাক্তন ন্যায়াধীশ কাটজুৱে তেওঁক “নিলাজ, ছেক্সুৱেল পাৰ্ভাৰ্ট” বুলি অভিহিত কৰিছে।

Apply Now

“মই ২০ বছৰ ধৰি অধিবক্তা আছিলো আৰু আন ২০ বছৰৰ বাবে ন্যায়াধীশ আছিলো। মই বহুতো ভাল আৰু বহু বেয়া ন্যায়াধীশক জানো। কিন্তু এই ছেক্সুৱেল পাৰ্ভাৰ্ট ৰঞ্জন গগৈৰ দৰে নিলাজ আৰু মৰ্য্যাদাহানিকৰ ন্যায়াধীশক ভাৰতীয় ন্যায় ব্যৱস্থাত মই কেতিয়াও জনা নাই। এই মানুহজনৰ নথকা ধৰণৰ অনৈতিকতা নায়েই,” কাটজুৰ টুইট।

I have been a lawyer for 20 yrs and a judge for another 20. I hv known many good judges & many bad judges. But I have never known any judge in the Indian judiciary as shameless & disgraceful as this sexual pervert Ranjan Gogoi. There was hardly any vice which was not in this man

— Markandey Katju (@mkatju) March 17, 2020

প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈক ইয়াৰ পূৰ্বেও প্ৰাক্তন ন্যায়াধীশ কাটজুৱে সমালোচনা কৰিছিল।

কাটজুৰ উপৰি আন কেইবাজনো প্ৰাক্তন ন্যায়াধীশেও প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্য সভালৈ মনোনয়ন গ্ৰহণ কৰাক লৈ সমালোচনা কৰিছে।

উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যাৱলীক লৈ আয়োজিত অগতানুগতিক সংবাদমেলত প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ সৈতে উপস্থিত থকা প্ৰাক্তন ন্যায়াধীশ কুৰিয়েন যোছেফেও গগৈক সমালোচনা কৰিছে।

“মোৰ মতে, এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে ৰাজ্য সভাৰ সদস্যৰূপে মনোনয়ন গ্ৰহণ কৰাটোৱে ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ, যিটো ভাৰতৰ সংবিধানৰ এটা মৌলিক গাঁথনিও, ওপৰত সাধাৰণ লোকৰ বিশ্বাসক নিশ্চয়কৈ কঁপাই তুলিব,” তেওঁ কয়।

২০১৮ চনৰ ১২ জানুৱাৰিত প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ আৰু কুৰিয়েনকে ধৰি চাৰিগৰাকী ন্যায়াধীশে আয়োজন কৰা সংবাদমেলৰ প্ৰসংগও প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে।

প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সেই সময়ত সাহস দেখুৱাইছিল বুলি উল্লেখ কৰি যোছেফে কয় যে তেওঁ ন্যায়পালিকাৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতাৰ মহৎ নীতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিলে।

প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে ৰাজ্য সভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁ লোৱা সিদ্ধান্তৰ কাৰণ সংবাদ মাধ্যমক বিস্তাৰিতভাৱে জনাব বুলি মন্তব্য কৰিছে।

প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈ সংবাদ মাধ্যমত কিছু বক্তব্য আগবঢ়াইছে।

“মই ইয়াক গ্ৰহণ কৰিছো কাৰণ মোৰ এক দৃঢ় বিশ্বাস আছে যে আইনপালিকা আৰু ন্যায়পালিকাই দেশ নিৰ্মাণৰ বাবে কিছু সময়ত একেলগে কাম কৰিবই লাগিব,” তেওঁ কয়।

ৰাজ্য সভাত তেওঁৰ উপস্থিতি ন্যায়পালিকাৰ দৃষ্টিভংগী আইনপালিকাৰ সন্মুখত প্ৰদৰ্শনৰ এক সুযোগ হ’ব বুলি তেওঁ মন্তব্য কৰে।

দেশৰ মুখ্য ন্যায়াধীশৰ আসনত বহা প্ৰথম অসমীয়াগৰাকীয়ে  ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd