DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য! ৪কোটি ১৬লাখ টকাত বিক্ৰী হ’ল এটি ভেড়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2020 1:41 pm
pjimage-107-1021x576.jpg.gallery

অভিলেখ দামত বিক্ৰী হোৱা ডাবল ডায়মণ্ড নামৰ ভেড়াটো। ফটো সৌজন্য: দ্য হেৰল্ড

518
VIEWS
Share on FacebookShare on Twitter

আমি প্ৰায়ে দেখি থকা ভেড়া এটা তেনেই সাধাৰণ প্ৰাণী আৰু ইয়াৰ কিবা বিশেষত্ব থকা বুলি জানিবলৈ আমাৰ হাতত তেনে কোনো তথ্যও নাই।

কিন্তু এনে এটি ভেড়াৰ কথা ইয়াত ক’বলৈ লোৱা হৈছে যিটো এটি বিশেষ ধৰণৰ ভেড়া।

এই ভেড়াটো ইতিমধ্যে বিক্ৰী হৈছে ৩ লাখ ৬৭হাজাৰ ৫০০ব্ৰিটিছ পাউণ্ডত।

ভাৰতীয় মূল্যত ইয়াৰ দাম হ’ব ৪ কোটি ১৬লাখ ২৫হাজাৰ টকা। এই ভেড়াটো এতিয়ালৈকে বিশ্বৰ আটাইতকৈ দামী ভেড়া হিচাপে পৰিগণিত হৈছে।

এই বিৰল ভেড়াটো বৃহস্পতিবাৰে স্কটলেণ্ড বিক্ৰী হৈছে। দ্য হেৰল্ডৰ বাতৰি অনুসৰি, ডাবল ডায়মণ্ড নামৰ এই ভেড়াটো লেনাৰ্কৰ স্কটিছ নেশ্যনেল টেক্সলেত বিক্ৰী কৰা হৈছে।

বাতৰিত কোৱা হৈছে যে চাৰ্লি বোডেন আৰু তেওঁৰ পৰিয়ালে এই ভেড়াটো বিক্ৰী কৰিছে।

তিনিটা কৃষকৰ অংশীদাৰিত্ব থকা এটা প্ৰতিষ্ঠানে ভেড়াটো ক্ৰয় কৰে। নীলামত প্ৰথমতে ইয়াৰ দাম ১০ হাজাৰ ৫০০ পাউণ্ডত ডাক হয়। শেষত কৃষকৰ  প্ৰতিষ্ঠানটোৱে ৩লাখ ৬৭হাজাৰ ৫০০ পাউণ্ডত ভেড়াটো ক্ৰয় কৰে।

ভেড়াটো ক্ৰয় কৰা প্ৰটেক্টাৰ্ছ ফাৰ্ম নামৰ কৃষক প্ৰতিষ্ঠানটোৰ মেনেজাৰ জেফ আইকনে কয়,’’ মই দেখাৰ ভিতৰত এইটো আটাইতকৈ শ্ৰেষ্ঠ ভেড়া। ইয়াৰ ঠেং কেইটা মসৃন, চমকি থকা আৰু ইয়াৰ উপৰি অংশ মনমোহা। ই এটা সৰ্বোৎকৃষ্ট, সম্পূৰ্ণ ভেড়া।‘’

আনহাতে, নীলামকাৰী সংস্থা দ্য টেক্সেল ছিপ ছ’ছাইটিয়ে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে ২০০৯চনত এটা ভেড়া ২লাখ ৩১হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত ২ কোটি ৬১লাখ ৬৪হাজাৰ টকাত বিক্ৰী হৈছিল।

এইবাৰ ডাবল ডায়মণ্ডে সেই বিক্ৰীৰ অভিলেখ ভংগ কৰিলে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd