• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিকেটৰ পৰা বিদায় ল’লে শিখৰ ধাৱানে; কোনো ক্ৰিকেটেই আৰু নেখেলে ভাৰতীয় অ’পেনাৰগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2024 11:38 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটক বিদায় দিলে ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱনে। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেট দুয়োটাৰ পৰাই আঁতৰি আহিল ধাৱান। ভাৰতীয় অ’পেনাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই কথা সদৰী কৰে। অৱসৰৰ কথা ঘোষণা কৰি ধাৱানে লিখিছে, ‘মোৰ ক্ৰিকেট যাত্ৰা শেষ হ’ল। অগণন স্মৃতি আৰু কৃতজ্ঞতা থাকি গ’ল। যি মৰম আৰু সহায় পালো তাৰ বাবে ধন্যবাদ। জয় হিন্দ।”

২০২২ চনৰ ডিচেম্বৰ মাহত শেষবাৰৰ বাবে দেশৰ হৈ খেলিছিল ৩৮ বছৰীয়া ধাৱানে। বাংলাদেশৰ বিৰুদ্ধে সেই এদিনীয়া শৃংখলাৰ পিছত ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাইছিল। তেওঁৰ ঠাই ল’লে শুভমান গিলে।

ভিডিঅ’ মেছেজত ধাৱানে কয়, ‘মোৰ এটাই লক্ষ্য আছিল, দেশৰ হৈ খেলা। সেই লক্ষ্য পূৰণ হৈছে। বহুতকে অশেষ ধন্যবাদ। প্ৰথমে মোৰ পৰিয়াল, মোৰ শৈশৱৰ প্ৰশিক্ষক তাৰক সিং আৰু মদন শৰ্মাক। তেওঁলোকৰ প্ৰশিক্ষণত মই ক্ৰিকেট শিকিলোঁ। তাৰ পিছত মই মোৰ গোটেই দলটোক ধন্যবাদ জনাইছো যাৰ লগত মই খেলিছো, আৰু এটা পৰিয়াল পাইছো। সকলোৰে মৰম আৰু সমৰ্থন পালোঁ। গল্পৰ কিতাপ পঢ়ি থাকোঁতে পৃষ্ঠা লুটিয়াই যোৱাৰ দৰেই কৰি আছো। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লৈছো।”

Apply Now

লগতে পঢ়কঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ পুখুৰীত ডুবি মৃত্যু ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰধান অভিযুক্তৰ

ধাৱানে ভাৰতী ক্ৰিকেট ব’ৰ্ড আৰু দিল্লী ক্ৰিকেট সন্থাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয়, ‘দেশৰ হৈ খেলিবলৈ পাই মই ধন্য। বি চি চি আই, ডি ডি চি এয়ে মোক সেই সুযোগ দিলে। অনুৰাগীৰ মৰমো পাইছিলোঁ। মই নিজকে ক’ব বিচাৰো যে দেশৰ হৈ খেলিব নোৱাৰো বুলি দুখ অনুভৱ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ দেশৰ হৈ খেলিবলৈ পাইছো বুলি ভাবি সুখী হোৱা উচিত।’

বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে দেশৰ হৈ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন টি-২০ মেচ খেলিছে। টেষ্টত তেওঁৰ ৭ টা শতক আছে। ২৩১৫ ৰান সংগ্ৰহ কৰিছে। ধাৱানে এদিনীয়া ক্ৰিকেটত ১৭ টা শতকসহ ৬৭৯৩ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ পাৰ্টনাৰশ্বিপত ভাৰতে বহু মেচত জয়লাভ কৰিছে। বিশেষকৈ আই চি চিৰ প্ৰতিযোগিতাত ৰোহিত আৰু ধাৱানৰ সফলতা আকৰ্ষণীয়।

As I close this chapter of my cricketing journey, I carry with me countless memories and gratitude. Thank you for the love and support! Jai Hind! 🇮🇳 pic.twitter.com/QKxRH55Lgx

— Shikhar Dhawan (@SDhawan25) August 24, 2024

শিখৰ ধাৱানে দেশৰ জাৰ্চি পিন্ধি টি-২০ত ১৭৫৯ ৰান সংগ্ৰহ কৰিছে। তেওঁ ভাৰতক কেইবাখনো এদিনীয়া মেচতো নেতৃত্ব দিছে। ধাৱানে দিল্লী ডেয়াৰডেভিলছ (২০০৮), মুম্বাই ইণ্ডিয়ানছ (২০০৯-২০১০), ডেকান চাৰ্জাৰ্ছ (২০১১-২০১২), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৩-২০১৮), দিল্লী কেপিটেলছ (২০১৯-২০২১) আৰু পঞ্জাব কিংছ (২০২২-২০২৪)ৰ হৈ আইপিএলত খেলিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd