• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 29, 2022 10:54 am
Maharashtra Crisis
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিসম্বাদী ৰাজনীতিৰ ফলশ্ৰুতিত ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱা মহাৰাষ্ট্ৰত কাইলৈ অনুষ্ঠিত হ’ব আস্থা ভোট। মহাৰাষ্ট্ৰ বিধানসভাত কাইলৈ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই। তাৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী বিধায়কৰ নেতা একনাথ সিন্দেই আজি মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।

কাইলৈ সকলো সতীৰ্থ বিধায়কক লগত লৈ মুম্বাইলৈ ৰাওনা হ’ব বিসম্বাদী নেতাগৰাকী। কামাখ্যাত সিন্দেই নিজমুখে ঘোষণা কৰিছে এই কথা। কিন্তু শেহতীয়া সূত্ৰ অনুসৰি আজি দুপৰীয়া ১২ বজাতে মুম্বাইলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে বিসম্বাদী বিধায়কসকল।

Apply Now

কামাখ্যা দৰ্শনৰ পিছত সিন্দেই কয়, “মহাৰাষ্ট্ৰৰ সকলো জনতাৰ সুখ সমৃদ্ধি আৰু শান্তি কামনা কৰি মা কামাখ্যাৰ ওচৰত আশিষ ল’ব আহিছো। কাইলৈ আমি সকলো বিধায়কক লগত লৈ মুম্বাইলৈ ৰাওনা হ’ম।”

সিন্দেৰ লগতে আন কেইবাগৰাকীও বিধায়কে কামাখ্যাত আশীষ গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ কামাখ্যা দৰ্শনৰ সময়ত অসমৰ থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়েও সংগ দিয়ে।

উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতি থকা বিসম্বাদী শিবিৰটোৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই শিৱসেনাৰ ৪০ গৰাকী বিধায়কসহ মুঠ ৫০ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত আছে বুলি দাবী কৰিছিল।

শেহতীয়াকৈ বিসম্বাদী শিবিৰটোৱে শিৱসেনাৰ জন্মদাতা বাল ঠাকৰেৰ হিন্দুত্ববাদী আদৰ্শ প্ৰতিনিয়ত কঢ়িয়াই নিব বুলি দাবী কৰি শিৱসেনা বালাচাহেব নামৰ নতুন দলৰ ঘোষণা কৰিছিল। কিন্তু বালাচাহেবৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই তেওঁৰ পিতৃৰ নাম এইদৰে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সকীয়াই দিছিল।

আনহাতে উদ্ধৱ ঠাকৰেৰ পুত্ৰ তথা কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেই শেহতীয়াকৈ গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী বিধায়কৰ ২০ গৰাকীয়ে ঠাকৰে শিবিৰৰ সৈতে যোগাযোগত আছে বুলি দাবী কৰিছিল।

এনে পৰিস্থিতিত কাইলৈ বিধানসভাত কোন পক্ষই নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে, সি লক্ষ্যণীয় হ’ব।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd