• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি সামৰণি পৰিব শিৱৰাত্ৰি: ঐক্য-সম্প্ৰিতীৰ নিদৰ্শনেৰে অনন্য বাৰ্তা শিৱসাগৰৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
March 3, 2022 8:31 pm
Shivaratri in Shivasagar
132
VIEWS
Share on FacebookShare on Twitter

ঐক্যৰ মাজত অনৈক্য নীতিৰে সদায়ে অসমীয়া সমাজ-জীৱনত এক সুকীয়া পৰিচয়েৰে জিলিকি আহিছে শিৱসাগৰ।

সকলো জাতি-জনগোষ্ঠী, ধৰ্মীয় লোকৰ মিলন ভূমি এই শিৱসাগৰ। একতাৰ এনাজৰীয়ে বান্ধ খাই থকা এই শিৱসাগৰে সদায়ে দেখুৱাই আহিছে সমন্বয়ৰ নিদৰ্শন।

তাৰেই এক উৎকৃষ্ট নিদৰ্শন আজি দেখিবলৈ পোৱা গ’ল শিৱসাগৰত অনুষ্ঠিত হৈ থকা শিৱৰাত্ৰিত।

২৮ ফেব্ৰুৱাৰীৰ পৰা ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হৈ আহিছে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা।

শিৱসাগৰৰ নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক শিৱদ’লৰ সন্মুখতেই আছে ১৯০২ চনতে প্ৰতিষ্ঠিত এটা মছজিদ।

আজি দুপৰীয়া মছজিদৰ নামাজৰ আজান দিয়াৰ সময়তে ধৰ্মীয় ৰীতিক সন্মান জনাই শিৱদ’লত মাইকত বাজি থকা ভক্তিমূলক গীত বন্ধ কৰি দিয়া হয়।

অৱশ্যে কেৱল এইবাৰেই নহয়, শিৱসাগৰত আয়োজিত শিৱৰাত্ৰি মহোৎসৱত প্ৰতি বছৰে এই নিদৰ্শন ধাৰাবাহিকভাৱে প্ৰচলন হৈ আহিছে।

উল্লেখ্য যে আজি শিৱদ’লৰ শিৱৰাত্ৰিৰ অন্তিম দিন।এই উপলক্ষ্যে আজি শিৱৰাত্ৰিৰ মেলাত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।

শিৱৰাত্ৰিৰ অন্তিম দিনা শিৱদ’লত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী। শিৱদ’লত উপস্থিত হৈ ভোলানাথৰ শ্ৰী চৰণত আশীষ লয় শিল্পী গৰাকীয়ে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd