• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছানিয়া ৰাণ আউট! ক্ৰীজত নতুন সংগীৰে ইনিংছ আগবঢ়োৱাৰ প্ৰচেষ্টা ছোৱেইবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 4:21 pm
Shoaib Malik Sania Mirza
1.3k
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া জগতত এসময়ত এক জনপ্ৰিয় সাংসাৰিক যুটী হৈ পৰিছিল ছানিয়া-ছোৱেইবৰ যুটী। দুয়োৰে প্ৰেমৰ মুখৰোচক খবৰে প্ৰায়েই দখল কৰিছিল সংবাদ শিৰোনাম। পিছে সেয়া হঠাতে হৈ পৰিল অতীত।

এসময়ত প্ৰেমৰ বাবে চৰ্চিত ছানিয়া-ছোৱেইবৰ যুটী শেহতীয়াকৈ হৈ পৰিল বিচ্ছেদৰ খবৰৰ বাবেহে চৰ্চাৰ বিষয়। শেহতীয়াকৈ প্ৰায়ে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত ঠাই পাইছিল দুয়োৰে মাজৰ বিচ্ছেদৰ খবৰে।

তাৰ মাজতে আজি নিশ্চিত হয় তেওঁলোকৰ বিচ্ছেদৰ খবৰ। ভাৰতীয় জীয়ৰী ছানিয়া মিৰ্জাৰ সৈতে সংসাৰৰ ইতি পেলাই নতুন সংগীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক।

পাকিস্তানইি অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিয়াত বহিল মালিক। সামগ্ৰীকভাৱে এয়া মালিকৰ তৃতীয় বিবাহ। প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীৰ সৈতে দ্বিতীয়গৰাকী সাংসাৰিক সংগী ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই কৰিছে ‘একপক্ষীয় বিবাহ বিচ্ছেদ’।

পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ মতে, এগৰাকী মুছলমান মহিলাই স্বামীৰ সৈতে একপক্ষীয়ভাৱে বিবাহ বিচ্ছেদ কৰা ‘খুলা’ নিয়মৰ আধাৰত ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ ঘটায় ছানিয়া মিৰ্জাই। উল্লেখ্য যে ২০১০ চনত দুয়ো বিয়াত বহিছিল।

যোৱা বুধবাৰে ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰামত এক বিশেষ পোষ্ট দিছিল। এই ৰহস্যময় পোষ্টটোৱে ছোৱেইব মালিকৰ সৈতে ছানিয়া মিৰ্জাৰ সম্ভাৱ্য বিবাহ বিচ্ছেদক লৈ যথেষ্ট সৰৱ চৰ্চাৰ সৃষ্টি কৰিছিল।

তাৰ মাজতে আজি মালিকে ইনষ্টাগ্ৰামত নতুন পত্নী ছানা জাভেদৰ সৈতে ফটো শ্বেয়াৰ কৰে। মালিকৰ এই ফটোৱে নিশ্চিত কৰে দুয়োৰে মাজৰ বিচ্ছেদৰ খবৰ।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd