• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত চুটি ছবি প্ৰতিযোগিতা, ইউটিউবৰ পৰা সংগৃহীত ধন ক’ভিড-১৯ আক্ৰান্তক দিয়া হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 11:25 pm
Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ বিৰুদ্ধে লকডাউনৰ মাজতে গুৱাহাটীত এক চুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাখনত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

Apply Now

তাৰোপৰি নিৰ্বাচিত চুটি ছবিসমূহ ইউটিউবত দিয়াৰ জৰিয়তে সংগৃহীত ধন ক’ভিড-১৯ আক্ৰান্তলৈ আগবঢ়োৱা হ’ব।

লকডাউনৰ সময়ত মানুহক ঘৰৰ ভিতৰতে থকাত উৎসাহিত কৰাৰ বাবে এই ছবি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

আৰু সেয়ে ইয়াত দাখিল কৰিবলগা ছবিৰ প্ৰাথমিক চৰ্ত হৈছে ছবিসমূহ ঘৰৰ চৌহদতে শ্বুটিং কৰা হ’ব লাগিব।

“আইডিয়াটো হৈছে লকডাউনৰ সময়ত মানুহক তেওঁলোকৰ ঘৰৰ ভিতৰতে জৰিত কৰি ৰখা আৰু লগতে কিছু ধনাত্মক কামক উৎসাহ দিয়া,” দি নিউজ মিলৰ বাতৰিত ছবি নিৰ্মাতা তথা প্ৰতিযোগিতাৰ আয়োজক গুৱাহাটীৰ কাৰ্নেল ফিল্ম প্ৰডাকচনৰ স্বত্বাধিকাৰী কংকন ডেকাৰ উদ্ধৃতি।

ছবিৰ আন কিছুমান চৰ্ত হৈছে—দৈৰ্ঘ্য সৰ্বাধিক ১৫ মিনিট, ষ্টক ফুটেজ বা আগৰ ফুটেজ ব্যৱহাৰ কৰিব নোৱাৰিব।

তাৰোপৰি ছবিত ব্যৱহৃত সংগীতৰ ক্ষেত্ৰত কোনো কপিৰাইট বা লাইচেন্সজনিত সমস্যা থাকিব নালাগিব।

ছবিৰ বিষয়বস্তু বা ভাষা নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই। কিন্তু অসমীয়া, হিন্দী বা ইংৰাজীৰ বাহিৰে আন ভাষাত নিৰ্মিত ছবিত চাবটাইটল থাকিব লাগিব।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা দীপ চৌধুৰী, সমালোচক বিতোপন বৰবৰা আৰু গৱেষক পাৰ্থজিত বৰুৱা প্ৰতিযোগিতাখনৰ বিচাৰকৰূপে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd