DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

India vs New Zealand Test ভাৰতৰ ১৬তম বেটাৰ হিচাপে অভিষেক টেষ্টত শতক শ্ৰেয়াস আয়াৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2021 1:24 pm
FFGYjfMUcAEtABi

শতৰাণ কৰাৰ পাছত শ্ৰেয়াস আয়াৰ। ফটো সৌজন্য: বিচিচিআইৰ টুইটাৰ।

181
VIEWS
Share on FacebookShare on Twitter

India vs New Zealand Test টেষ্ট ক্ৰিকেটৰ ইতিহাসত অভিষেক টেষ্টতে শতৰাণ কৰাৰ কৃতিত্ব অৰ্জন কৰিলে ভাৰতৰ আৰু এগৰাকী বেটাৰ শ্ৰেয়াস আয়াৰে। এই কৃতিত্বৰ অধিকাৰী হোৱা শ্ৰেয়াস হৈছে বিশ্বৰ ১১০তম আৰু ভাৰতৰ ১৬তম বেটাৰ।

শ্ৰেয়াসৰ পূৰ্বে এই কৃতিত্ব গঢ়া ভাৰতৰ ক্ৰিকেটাৰকেইগৰাকী হ’ল শিখৰ ধাৱান, ৰোহিত শৰ্মা, পৃথ্বী শ্ব’, সৌৰভ গাংগুলী, গুডাপ্পা বিশ্বনাথ, সুৰিন্দৰ অমৰনাথ, সুৰেশ ৰাইনা, লালা অমৰনাথ, আব্বাছ আলী বেইগ, মহম্মদ আজাহাৰুদ্দিন, দীপক চোধন, হনুমন্ত সিং, বীৰেন্দ্ৰ সেহৱাগ, প্ৰবীণ আম্ৰে আৰু এ জি কৃপাল সিং।

ভাৰতৰ হৈ ১৯৩৩চনত মুম্বাইত প্ৰথম লালা অমৰনাথে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে নিজৰ অভিষেক টেষ্টৰ দ্বিতীয় ইনিংছত লালাই ১১৮ৰাণ কৰিছিল।

Also Read: Junior Hockey World Cup চক দে ইণ্ডিয়া! জুনিয়ৰ হকী বিশ্বকাপত কানাডাক ১৩-১ গ’লত হৰুৱালে ভাৰতে

অভিষেক টেষ্টত ভাৰতীয় বেটাৰৰ ভিতৰত আটাইতকৈ বেছি ৰাণ কৰাৰ অবিলেখ গঢ়িছে শিখৰ ধাৱানে। ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মোহালিত নিজৰ অভিষেক টেষ্টৰ প্ৰথম ইনিংছত ধাৱানে ১৮৭ৰাণ কৰিছিল।

আনহাতে, শ্ৰেয়াসৰ পূৰ্বে ভাৰতৰ হৈ শেষবাৰ এই অভিলেখ গঢ়িছিল পৃথ্বী শ্ব’ই। ২০১৮ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰাজকোটত প্ৰথম ইনিংছত শ্ব’ই ১৩৪ৰাণ কৰিছিল।

ইপিনে, প্ৰথম তিনিখন টেষ্টত শতৰাণ কৰাৰ অভিলেখ আছে মহম্মদ আজাহাৰুদ্দিনৰ নামত। তাৰ পাছতে প্ৰথম দুখন টেষ্টত শতৰাণ কৰাৰ কৃতিত্ব আছে সৌৰভ গাংগুলীৰ। 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd