• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত নাই শ্যামকানু! অজ্ঞাত স্থানৰ পৰা ফেচবুকত ভিডিঅ’ত কথা সলালে শ্যামকানু মহন্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 9:46 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীয়ে শ্যামকানু মহন্তক বিচাৰি থকাৰ সময়তে ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে শ্যামকানু মহন্তই।  

উক্ত ভিডিঅ’টোত নিজৰ গাৰ দোষ গুচাবলৈ চেষ্টা কৰে শ্যামকানুৱে। মৃত্যুৰ ভাবুকি থকাৰ বাবে অসমলৈ অহা নাই বুলিও প্ৰকাশ কৰে শ্যামকানু মহন্তই।

Apply Now

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত পিটিআইক দিয়া এক বিবৃতিত শ্যামকানু মহন্তই জুবিন গাৰ্গ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ নহয়, জিৰণি ল’বলৈহে ছিংগাপুৰলৈ আহিছিল বুলি কৈছিল।

মহন্তৰ উদ্ধৃতিৰে পিটিআইৰ প্ৰতিবেদনত লিখা হৈছিল—“ জুবিনে আয়োজক দলটোক কৈছিল যে তেওঁ ছিংগাপুৰলৈ যাব বিচাৰে আৰু আমি তেওঁৰ হোটেলত থকাৰ ব্যৱস্থা কৰিলোঁ।”

কিন্তু, আজি শ্যামকানু মহন্তই দাবী কৰে যে জুবিনক ছিংগাপুৰলৈ আহিব নেকি বুলি সোধাত জুবিনে সন্মতি দি কৈছিল যে তেওঁ ভাতৃ সন্দিপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে তেওঁ ছিংগাপুৰলৈ যাব।

মহন্তই লগতে কয় যে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাই তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰাসকলৰ বিৰুদ্ধে ন্যায় বিচাৰি আদালতলৈ যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd