• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ ৰোগগ্ৰস্ত শিক্ষিত যুৱক প্ৰবীণক প্ৰয়োজন হৃদয়বান লোকৰ সহায়ৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
December 30, 2020 6:29 pm
Screenshot_2020-12-30
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাবাহিক বানপানীত থানবান হোৱা এটা পৰিয়ালৰ সন্তান ,নাম প্ৰবীণ দত্ত।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে  নিমাতি অঞ্চলত থকা সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাছত চৰকাৰে পৰিয়ালটোক সংস্থাপন কৰিছিল  যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীত ।

Apply Now

বহু কষ্টৰে পৰিয়ালটোৱে ডাঙৰ দীঘল কৰি উচ্চ শিক্ষিত কৰিছিল প্ৰবীণক । মাক দেউতাকৰ কষ্টৰ ফল অৱশ্যে প্ৰবীণে লাভ কৰিবলৈ সক্ষম হৈছিল।

দৰিদ্ৰতাৰ বাধা নেওচি প্ৰবীণে উচ্চ শিক্ষা লাভ কৰি টীয়কৰ এখন ব্যক্তিগত বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি পৰিয়ালটোক সকাহ দিছিল ।

শেহতীয়াকৈ অসম চৰকাৰৰ টেট শিক্ষকৰ স্থায়ী পদত আজিৰ পৰা চাৰি মাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল প্ৰবীণে । দৰিদ্ৰ ঘৰখনলৈ নামি আহিছিল আনন্দ ।

কিন্তু হঠাৎ যেন কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ।

অতি কম দিনৰ ভিতৰতে অভাৱনীয় ভাৱে প্ৰবীণৰ দুয়োটা কিডনী বিকল হৈ পৰা বুলি চিকিৎসকে ঘোষণা কৰাৰ লগে লগে যেন সৰগ ভাঙি পৰিল পৰিয়াল টোৰ মূৰৰ ওপৰত ।

হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃক সকাহ দিব পৰাকৈ প্ৰবীণে জীৱন যাত্ৰাত আগবাঢ়োতেই সন্মুখীন হ’ব লগা হৈছে কঠোৰ বাস্তৱৰ সৈতে ।

ইতিমধ্যে সাঁচতীয়া ধনেৰে চিকিৎসা আৰম্ভ কৰিছে যদিও প্ৰবীণক এতিয়া প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থৰ ।

দৰিদ্ৰ পৰিয়ালটোয়ে বহন কৰিবলৈ সক্ষম নহয় এই অৰ্থ ।

সেয়ে প্ৰবীণ আৰু তেওঁৰ নি:সহায় মাতৃয়ে সহৃদয় ৰাইজৰ পৰা বিচাৰিছে সহযোগিতা ।

ইচ্ছুক সকলে এচ বি আইৰ টীয়ক শাখাত থকা 30397156043 নম্বৰ,IFSC  SBIN0001718 সহায়ৰ হাত আগবঢ়াব পাৰিব বুলি জানিবলৈ দিছে পৰিয়ালটোৱে।

প্ৰবীণদত্তৰ (9101512054) মোবাইল নম্বৰতো যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে l

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd