DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কাউণ্টাৰ খোলাৰ চিন্তা শিলাদিত্য দেবৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 12, 2019 9:21 pm
Siladitya Deb thinks of opening 'counter' near Rajiv Bhawan in Guwahati

শিলাদিত্য দেবৰ ফাইল ছবি।

2.8k
VIEWS
Share on FacebookShare on Twitter

বিজেপি বিধায়ক শিলাদিত্য দেবে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ৰ সন্মুখত “কাউণ্টাৰ” খোলাৰ চিন্তা কৰিছে।

বিজেপিত যোগদান কৰিব খোজা কংগ্ৰেছীসকলৰ অসুবিধা দূৰ কৰাৰ বাবে তেওঁ এই চিন্তা কৰিছে।

“যিহেতু বহুতো কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিবৰ বাবে উপযুক্ত প্লেটফৰ্ম নাপায়। কেতিয়াবা অফিচ নাপায়, কেতিয়াবা উপযুক্ত নেতা বিচাৰি নাপায়,” সোমবাৰে সংবাদ মাধ্যমত দেবৰ মন্তব্য।

হোজাইৰ বিধায়কজনে বিষয়টো সন্দৰ্ভত দলৰ শীৰ্ষ নেতৃত্বক অনুৰোধ জনাব বুলিও প্ৰকাশ কৰিছে। “কাউন্টাৰ খুলি দিবৰ বাবে বিজেপিৰ নেতৃবৰ্গক অনুৰোধ জনাম।”

কংগ্ৰেছীসকলক বিজেপিলৈ নি “কংগ্ৰেছমুক্ত অসম” কৰিব খোজা হৈছে— এনে এক ইংগিতো দেবৰ বক্তব্যত ফুটি উঠিছে।

“কংগ্ৰেছমুক্ত এখন অসম গঢ়াৰ বাবে বিজেপিয়ে কাম হাতত লৈছে তাৰেই ফলস্বৰূপে এই ঢৌ দেখা গৈছে,” বিজেপিৰ দুৱাৰ সকলোৰে বাবে খোলা বুলি উল্লেখ কৰি দেবৰ মন্তব্য।

কংগ্ৰেছৰ “দুৰ্নীতি” নিৰ্মূলৰ প্ৰতিশ্ৰুতিৰে বিপুল জনপ্ৰিয়তা অৰ্জা গেৰুৱা দললৈ কংগ্ৰেছীৰ সোঁত বোৱাক লৈ চলা চৰ্চাৰো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“বিজেপি দল গংগাৰ দৰে, ইয়াত আহিলে সকলোৰে পাপ মোচন হয়,” দেবৰ মতে। “এই কথা কংগ্ৰেছী নেতাসকলে গম পাইছে নিশ্চয়। সেয়েহে এজনৰ পাছত আনজন কংগ্ৰেছী নেতাৰ বিজেপিলৈ আগমন হৈছে।”

আনহাতে, গেৰুৱা দলত কংগ্ৰেছী আগমনে সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা দেবে নুই কৰিছে।

“ন-বিজেপি” “পুৰণি বিজেপি”ৰ সংঘাতো তেওঁ অগ্ৰাহ্য কৰিছে।

“বিজেপি হৈছে এটা আদৰ্শগত ৰাজনৈতিক দল ইয়াত নীতি আছে। হিংসাৰ ইয়াত স্হান নাই। মই এম পি হ’ম নে এম এল এ এই কথা পাৰ্টিয়ে মোৰ কামৰ দ্বাৰা নিৰূপণ কৰিব। আমাৰ ইয়াত ব্যক্তি স্বাৰ্থ নহয় দেশ আৰু দলীয় স্বাৰ্থ আগত থাকে।”

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd