• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পগ্ৰাম মহোৎসৱ ২০২১ : উঃ পূঃৰ জনগোষ্ঠীয় লোক-নৃত্য গীত-খাদ্যৰেৰে মুখৰিত হ’ব শিল্পগ্ৰাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 5:22 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া শিল্পগ্ৰাম মহোৎসৱৰ সম্পৰ্কত আজি গুৱাহাটী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, শিল্পগ্ৰামৰ ভাৰপ্ৰাপ্ত বিষয়া গুৱাহাটীৰ অলিভাৰ টি পংগেন, গাণনিক বিষয়া থমাছ কছি আৰু শিল্পগ্ৰাম মহোৎসৱৰ মুখ্য সমন্বয়ক নৱ কুমাৰ ভ‌ৰালীয়ে সাংবাদিক মেল সম্বোধন কৰে।

সংব‌াদমেলত জনোৱা মতে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় অধীনৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ হৈছে উত্তৰ পূবাঞ্চলৰ আঠ ভগ্নি ৰাজ্যৰ লোক সংস্কৃতি বিকাশ, সংৰক্ষণ, সংবৰ্ধন, প্ৰসাৰ আৰু উজ্জ্বীৱিত কৰাৰ এক এক চৰকাৰী স্বতন্ত্ৰৰীয় কেন্দ্ৰ।

Apply Now

২০০৬ চনৰ ১৭ জানুৱাৰীত ভাৰত চৰকাৰৰ দ্বাৰা এই কেন্দ্ৰৰ শাখা সাংস্কৃতিক প্ৰকল্প হিচাপে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰাম  প্ৰতিষ্ঠা হয়।

উত্তৰ পূৰ্ৱাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ হিচাপে জনাজাত হোৱা এই শিল্পগ্ৰাম‌ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক উৎসৱ-শিল্পগ্ৰাম মহোৎসৱ।

কিন্তু সাম্প্ৰতিক সময়ৰ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল সীমিত সংখ্যক শিল্পীৰ অংশগ্ৰহণেৰে এইবাৰৰ শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হ’ব আজি সংবাদ মেলত সদৰী কৰিছে মহোৎসৱ কৰ্তৃপক্ষই।

উল্লেখ্য যে, উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ উদ্যোগত আয়োজন কৰা ২০২১ বৰ্ষৰ শিল্পগ্ৰাম মহোৎসৱ অহা ১৮ পৰা ২১ ফেব্ৰুৱাৰীৰ লৈ চাৰিদিনীয়াকৈ শিল্পগ্ৰামৰৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। বাৰেৰহনীয়া লোক কলা-শিল্প প্ৰদৰ্শনী আৰু পৰম্পৰাগত জনগোষ্ঠীয় খাদ্যমেলা আৰু বিশেষ আকৰ্ষণ মাটিৰ গোন্ধ থকা লোকসংগীত-নৃত্যৰ অমিয়া সুৰেৰে উৎসৱস্থলী উখল মাখল হ’ব।

উত্তৰ পূৱৰ আঠ ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্য আৰু সংগীত শিল্পীৰ উপৰিও অসমৰ কেইবাগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে কেওদিনতে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব।

উল্লেখ্য যে, মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ এটি জনগোষ্ঠীয় লোক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। নৱ প্ৰজন্মৰ মাজত লোক শিল্পৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতামুলক মনোভাৱ পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। য’ত সৰ্বমুঠ ১৫ টা অসমৰ বাৰেৰহণীয়া লোক আৰু জনগোষ্ঠীয় নৃত্যৰ দলে অংশগ্ৰহণ কৰিবলৈ এক বাচনি যোগে ইতিমধ্যেই নিৰ্বাচিত হৈছে।

মন কৰিব লগীয়া যে, কাৰ্যসূচী অনুসৰি ১৮ ফেব্ৰুৱাৰিৰ আবেলি ৪.৩০ বজাত শুভাৰম্ভ হ’ব লগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

৮ ৰাজ্যৰ পৰা সৰ্বমুঠ ১৫ জনকৈ লোকনৃত্যৰ শিল্পী, ১০ জনকৈ লোক সংগীত শিল্পীৰ দলসহ সৰ্বমুঠ ২১৬ গৰাকী লোকশিল্পীয়ে মহোৎসৱত প্ৰতক্ষ্যভাৱে ‌অংশগ্ৰহণ কৰিব। মহোৎসৱৰ আটাইকেইদিন শিল্প কলা প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা দিনৰ ১১ বজাৰ পৰা আৰু আবেলি ৪ বজাৰ পৰা মুখ্য সাংস্কৃতিক অনুষ্ঠানসমূহ আৰম্ভ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd