• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুম্বাইত ৯ কোটি টকাৰে ৪ টা বিলাসী ফ্ল্যাট ক্ৰয় জনপ্ৰিয় কণ্ঠশিল্পী আৰিজিত সিঙৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2020 7:25 pm

2 min read

Arijit Singh

আৰিজিত সিং

831
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে ৯ কোটি টকাৰে মুম্বাইৰ ভেৰছোভাত চাৰিটা ফ্ল্যাট ক্ৰয় কৰিছে আৰু ষ্টাম্প শুল্ক হিচাপে ৫৪ লাখ টকা জমা দিছে।

জানিব পৰা মতে আৰিজিত সিঙে ক্ৰয় কৰা আটাইকেইটা ফ্ল্যাট একেটা মহলতে অৱস্থিত।

সংগীত শিল্পী গৰাকীয়ে ক্ৰয় কৰা ফ্ল্যাট কেইটাৰ ভিতৰত এটা ফ্ল্যাট ৩২ বৰ্গ মিটাৰৰ আৰু ইয়াৰ মূল্য ১.৮০ কোটি টকা। আনদুটা ফ্ল্যাট ৭০ বৰ্গ ফুটৰ আৰু মূল্য ২.২০ কোটি টকা।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত ফোৰ্বছৰ ১০০ জনীয়া চেলিব্ৰেটি তালিকাত আৰিজিত সিঙে ২৬ সংখ্যক স্থান অধিকাৰ কৰিছিল।

আৰিজিত সিঙে বিশ্বজুৰি লাইভ প্ৰোগ্ৰাম পৰিবেশন কৰি এই জনপ্ৰিয়তা অৰ্জন কৰিছে বুলি বহুতে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে এটা সাক্ষাৎকাৰত সংগীত শিল্পী গৰাকীয়ে মুম্বাইত তেওঁ প্ৰথম অৱস্থাত কৰা সংঘৰ্ষৰ বিষয়ে কৈছিল।

‘‘মই বহু সংঘৰ্ষ কৰিবলগীয়া হৈছিল। কিন্তু মোৰ সংঘৰ্ষৰ মাজতো নিজা স্বকীয়তা আছিল যাৰ বাবে মই আজি এই স্থানত উপনীত হৈছো। মুম্বাইলৈ অহা প্ৰতিগৰাকী সংগীত শিল্পীয়ে এই সংঘৰ্ষৰ সৈতে চিনাকী,’’ আৰিজিত সিঙে সাক্ষাৎকাৰত কয়।

তদুপৰি নিজৰ সংগীতৰ ক্ষেত্ৰখনৰ বিষয়ত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁৰ সংগীতৰ পৰিকল্পনা অনন্য বুলি কয়।

‘‘মই বিভিন্ন ধৰণৰ গান গাইছো। নতুন নতুন ধৰণৰ গান মই বিভিন্ন শৈলীত গাবলৈ চেষ্টা কৰিছো। মোৰ অনুৰাগী সকলে মোৰ এই প্ৰচেষ্টাক আদৰি লৈছে আৰু গান সমূহ প্ৰাণ ভৰি শুনিছে,’’ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে লগতে পুনৰ কয়।

Recent News

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd