DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

জনপ্ৰিয় গায়িকা তথা ৰক এন ৰোলৰ কিংবদন্তী এলভিছ প্ৰেছলীৰ কন্যা লিজা মেৰী প্ৰেছলীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 10:34 am
Lisa Marie Presley
103
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় আমেৰিকান গায়িকা তথা গীতিকাৰ লিজা মেৰী প্ৰেছলীৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সংগীতজ্ঞগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ লছ এঞ্জেলছৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে লিজা মেৰী প্ৰেছলী ৰক এন ৰোলৰ কিংবদন্তী এলভিছ প্ৰেছলীৰ একমাত্ৰ কন্যা। লিজাৰ মাতৃ প্ৰিচিলা প্ৰেছলীয়ে এক বিবৃতিত লিজা মেৰীৰ মৃত্যুৰ খবৰ সদৰী কৰে। মৃত্যুৰ সময়ত লিজা মেৰী প্ৰেছলীৰ বয়স আছিল ৫৪ বছৰ।

জনপ্ৰিয় আমেৰিকান মনোৰঞ্জনধৰ্মী ৱেবছাইট টিএমজেডৰ মতে, লছ এঞ্জেলছৰ উপকণ্ঠ অঞ্চল কেলাবাছাছস্থিত নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল লিজা মেৰী প্ৰেছলীৰ। ইয়াৰ পিছতে তেওঁক তৎকালীলভাৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

১৯৬৮ চনত জন্মগ্ৰহণ কৰা লিজা মেৰী প্ৰেছলীয়ে ২০০৩ চনত “টু হুম ইট মে কনচাৰ্ণ” এলবামৰ জৰিয়তে সংগীত কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তেওঁৰ ২০০৫ চনত মুক্তি পোৱা “নাউ ৱাট” এলবামে বিলবোৰ্ড ২০০ এলবাম চাৰ্টৰ শীৰ্ষ ১০ টা স্থান দখল কৰে।

২০১২ চনত মুক্তি পায় তেওঁৰ তৃতীয়টো এলবাম “ষ্টৰ্ম এণ্ড গ্ৰেচ”। চাৰিবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা লিজা মেৰী প্ৰেছলীয়ে প্ৰথম স্বামী সংগীতজ্ঞ ডেনি কিউৰ সৈতে বিবাহ বিচ্ছেদৰ মাত্ৰ ২০ দিনৰ পিছত ১৯৯৪ চনত পপ তাৰকা মাইকেল জেকচনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

১৯৯৬ চনত জেকচন শিশু নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱাৰ সময়তে হাই প্ৰফাইল দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়। ২০০২ চনত প্ৰেছলীয়ে পুনৰ অভিনেতা নিকোলাছ কেজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ চতুৰ্থ বিবাহ হৈছিল গীটাৰিষ্ট আৰু সংগীত প্ৰযোজক মাইকেল লকউডৰ সৈতে। অৱশ্যে ২০২১ চনত তেওঁলোকৰ সংসাৰ ভাগে।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd