DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় এইবাৰ গান কমকৈ গাব শিল্পী মহেন্দ্ৰ হাজৰিকাই?

কা' বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবেই নেকি সংগীত শিল্পীৰ ওপৰত জিএছটি লগালে; অভিযোগ কুসুম কৈলাশ আৰু মন্টুমণিৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 17, 2020 2:23 pm
20200117_124930

ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলাৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পী মহেন্দ্ৰ হাজৰিকা। ফটো: নৰ্থইষ্ট নাও

24.6k
VIEWS
Share on FacebookShare on Twitter

পহিলা মাঘৰ দিনা ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত গাই থকাৰ মাজতে শিল্পীৰ ওপৰত জিএছটি লগোৱা সন্দৰ্ভত মন্তব্য কৰি  গণশিল্পী মহেন্দ্ৰ হাজৰিকাই কয়, ‘এইবাৰ গান কমকে গাম, যিহেতু এতিয়া জিএছটি আহি গ’ল। মোৰ টেনশ্যন বাঢ়ি গ’ল এতিয়া’।

‘মোৰ গাঁৱৰ ঘৰত তিনিটা ভঁড়াল আছিল। সেই সময়ত জিএছটি কথা নাই’। বৰগীত নাগাবি, বনগীত নাগাবি, বিহুগীত নাগাবি জিএছটি লাগিব বুলি এটা নতুন গান লিখাৰ কথাও ক’লে মহেন্দ্ৰ হাজৰিকাই।

তেওঁ কয় অসমীয়া জাতি সংস্কৃতিৰে ভৰপূৰ, ইয়াত কিহৰনো জিএছটি। মই মোৰ নিজৰে ঠিকনা বিচাৰি নাপাও, মেঘৰ আঁৰে আঁৰে থাকো, চৰকাৰেনো ক’ত মোক বিচাৰি পাব। মোৰ জিএছটি ৰাইজে দিব বুলি মন্তব্য কৰে মহেন্দ্ৰ হাজৰিকাই।

আনহাতে, কুসুম কৈলাশ আৰু মন্টুমণিয়ে কয় কা’ বিৰোধী আন্দোলনত শিল্পী সমাজে অংশ গ্ৰহণ কৰাৰ বাবেই চৰকাৰে প্ৰতিশোধমূলকভাৱে শিল্পীৰ ওপৰত জিএছটি লগাই দিছে।

‘’আমি গীত গাই পোৱা টকা কেৱল আমিয়েই নলও। গীত গাই পোৱা টকাৰ ৩০ ভাগ বা ৪০ ভাগ হয়। তাৰ পাছত আমালৈ থাকেনো কিমান। আৰু যদি এতিয়া জিএছটি দিব লগীয়া হয় আমালৈ একোৱেই নাথাকিব,’’-এইদৰে মন্তব্য কৰে কুসুম কৈলাশ আৰু মন্টুমণিয়ে।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd