• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“শিল্পী” অজয় ফুকন হ’লগৈ “নপতা ফুকন”; বৰ্জন কৰিবলৈ ৰুষ্ট জুবিন গাৰ্গৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2020 8:30 pm

2 min read

Zubeen Vs Ajay Phukan
13k
VIEWS
Share on FacebookShare on Twitter

CAA-বিৰোধী আন্দোলনটোৰ প্ৰেক্ষাপটত শিল্পীক ৰাজনীতিৰ মেৰপেঁচত পেলাব খোজা অজয় ফুকন নামৰ “শিল্পী”জনৰ ওপৰত ৰুষ্ট হৈ জুবিন গাৰ্গে আজি ফেইচবুকত এটা সতৰ্কীকৰণ পোষ্ট দিছে।

বিতৰ্কিত শিল্পীজনে CAA-বিৰোধী আন্দোলনত জড়িত শিল্পীসকলৰ অভিভাৱকত্ব জাহিৰ কৰি বিভিন্ন সময়ত একাধিক বিভ্ৰান্তিকৰ মন্তব্য দি অহা বুলি অভিযোগ উঠিছে।

ফুকনৰ বিৰুদ্ধে এই অভিযোগো আছে যে তেওঁ কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠানৰ আগত অজয় ফুকনে শিল্পীসকলৰ নেতৃত্বত ৰাজনৈতিক দল খোলা হ’ব বুলিও ঘোষণা কৰি ফুৰিছে।

“জাতীয় নায়ক উপাধিটো জুবিন গাৰ্গকহে আচলতে দিব লাগে” বুলি কিছু দিন পূৰ্বে ৰাজহুৱা মন্তব্য কৰি অস্বস্তিত পেলাইছিল শিল্পী গাৰ্গক।

এইবোৰ কৰ্মকাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে আজি জুবিন গাৰ্গে এটা স্পষ্টীকৰণ পোষ্ট দি কয় যে তেওঁ অজয় ফুকনক লৈ কিছু সমস্যাত পৰিছে।

শিল্পীজনে দিয়া স্পষ্টীকৰণটোৰ অসমীয়া অনুবাদ এনে ধৰণৰ-

“অনুগ্ৰহ কৰি তেওঁ আহ্বান জনোৱা কোনো কাৰ্য্যসূচীলৈ নাহিব। আছাম আৰ্টিষ্ট এছ’চিয়েশ্যন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। মই আছু আৰু আন আন সংগঠনবোৰৰ সৈতে আলোচনা কৰি সকলো ঘোষণা কৰিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা ঐক্যবদ্ধ গোট। ইয়াত ৰাজনীতিৰ কোনো স্থান নাই। কোনোবাই সেইটো কৰিব খুজিলে মই মোহাৰি পেলাম। অজয় ফুকনৰ এতিয়া জুবিন ফেন ক্লাবৰ সৈতে সম্পৰ্ক নাই”।

জানিব পৰা মতে, নিজকে সংগীত পৰিচালক বুলি চিনাকি দিয়া শিল্পী অজয় ফুকন পূৰ্বেও কেইবাটাও বিতৰ্কত সোমাই পৰাৰ উদাহৰণ আছে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd