• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৃঙ্গৰাপট্টিত ভাতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এগৰাকী ভগ্নীৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 28, 2018 9:19 am

1 min read

sister killed

ভাতৃৰ নৃশংসতাৰ বলি কঠিয়াতলীৰ শৃঙ্গৰাপট্টিৰ তাজমিনা বেগম। ফটো : নৰ্থইষ্ট নাও

73
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত শৃঙ্গৰাপট্টিত দেওবাৰে নিশা সংঘটিত হয় এক জঘন্য ঘটনা। নিজ ভাতৃয়ে লাঠিৰে কোবাই কোবাই হত্যা কৰিলে তেওঁৰ ভগ্নীক।

জানিব পৰা মতে, কঠিয়াতলীৰ শৃঙ্গৰাপট্টিৰ তাজমিনা বেগম নামৰ যুৱতীগৰাকীয়ে ডবকাৰ জাব্ৰাখোৱাৰ এজন যুৱকৰ লগত প্ৰেমত পৰিছিল। ইয়াৰ বাবেই ঘৰখনত দীৰ্ঘদিন ধৰি অশান্তি হৈ আছিল।

দেওবাৰে নিশা চৰফত আলী আৰু মাতৃ চাহাৰা খাতুনে মিলি লাঠিৰে কোবাই মাৰপিট কৰি  যুৱতীগৰাকীক আহত কৰিছিল। পাছত সংকটজনক অৱস্থাত সোমবাৰে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাজমিনাৰ মৃত্যু হয়।

ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃয়ে ভাতৃ চৰফট আলী আৰু মাতৃ চাহাৰা খাতুনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে।

আনহাতে, যুৱতীগৰাকীৰ এনে নংশৃস হত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে এনে পাষাণ হৃদয়ৰ ব্যক্তিৰ কাণ্ডক ৰাইজে ধিক্কাৰ দিছে। এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰো দাবী তুলিছে স্থানীয় ৰাইজে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd