• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেৰিটেজ জয়সাগৰ হোটেল ভাঙিবলৈ জাননী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 23, 2020 6:11 pm
Sivasagar district administration orders to demolish Hotel Heritage Joysagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে জয়সাগৰ পুখুৰী পাৰত পোন্ধৰ বছৰ ধৰি অবৈধভাৱে চলি থকা হেৰিটেজ জয়সাগৰ নামৰ হোটেল ভাঙিবলৈ জাননী দিছে।

ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰীৰ অস্তিত্বৰ উপৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি অনা বুলি অভিযোগ তুলি বিভিন্ন দল সংগঠনে হেৰিটেজ জয়সাগৰ নামৰ হোটেলখনৰ বিৰুদ্ধে অভিযোগ কৰিছিল শিৱসাগৰ জিলা প্ৰশাসনক।

Apply Now

ইপিনে আৰ টি আইৰ  জড়িয়তে পোৱা তথ্যৰ আধাৰত হোটেলখন অবৈধভাৱে নিৰ্মাণ কৰাৰ বাতৰি প্ৰকাশ কৰিছিল একাংশ সংবাদ মাধ্যমে।

শিৱসাগৰ জিলা প্ৰশাসনে ফানচাইন গেটাৱেজ প্ৰাইভেট লিমিটেডৰ সঞ্চালকক দিয়া এক পত্ৰত উল্লেখ কৰিছে যে প্ৰশাসনে ফানচাইন গেটাৱেজক কেৱল জয়সাগৰ পুখুৰীত জলক্ৰীড়া চলাবলৈহে অনুমতি দিছে।

Sivasagar district administration orders to demolish Hotel Heritage Joysagar

ইয়াৰোপৰি আন এক নিৰ্দেশ মতে ফানচাইন গেটাৱেজ প্ৰাঃ লিমিটেডক কেৱল খেৰৰ চালিৰে এখন ৰেষ্টোৰা বনাবলৈ অনুমতি দিয়া হৈছিল।

আনহাতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ এচ.ভি.ডি/টেংক/০৮/০৫/২৯ দিনাংক ২১ নৱেম্বৰ ২০০৫ অনুমতি পত্ৰৰ মতে ফানচাইন গেটাৱেজ প্ৰাঃ লিমিটেডে কোনো ধৰণৰ স্থায়ী নিৰ্মাণ নকৰিবলৈ চৰ্ত আৰোপ কৰিছল আৰু সেই চৰ্ত উলংঘা কৰিলে অনুমতি বাতিল হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰা আছিল।

কিন্তু ফানচাইন গেটাৱেজ প্ৰাইভেট লিমিটেডে প্ৰশাসনৰ সকলো নিয়ম তথা চৰ্তাৱলী অমান্য  কৰি উক্ত স্থানত পকী ৰেস্তোৰেন্ট, ৰিচিপচন কাউন্টাৰ, ডাইনিং হল, ৰান্ধনী ঘৰ, লেট্ৰিন বাথৰুম, পকী বেৰা আদি নিৰ্মাণ কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ১৫ দিনৰ ভিতৰত হোটেল হেৰিটেজ ভাঙি পেলাবলৈ  জাননী প্ৰেৰণ কৰিছে ফানচাইন গেটাৱেজ প্ৰাইভেট লিমিটেডক।

দীৰ্ঘদিনে জয়সাগৰ পুখুৰী পাৰত অবৈধভাৱে হোটেল নিৰ্মাণ কৰি চলাই থকা ফানচাইন গেটাৱেজ প্ৰাঃ লিমিটেডে প্ৰশাসনৰ এই নিৰ্দেশ মানি ১৫ দিনৰ সময়সীমাৰ ভিতৰত হোটেল জয়সাগৰ হেৰিটেজ ভাঙিব নে নেভাঙে সেয়া লক্ষণীয় হ’ব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd