• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 2, 2020 8:18 pm
Sivasagar Jila Gahori Palok Sontha formed
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰৰ মাজতে শিৱসাগৰৰ গাহৰিপালকসকলে মঙলবাৰে “শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন কৰিছে।

শিৱসাগৰ জিলা পশু চিকিৎসালয় পেক্ষাগৃহত সমগ্ৰ জিলাৰ গাহৰি পালকসকল একত্ৰিত হৈ এখন ৰাজহুৱা সজাগতা সভাৰ লগতে জিলাভিত্তিত এখনি প্ৰতিনিধি সভা অনুষ্ঠিত কৰে।

Apply Now

পশুপালক তথা যুৱ ব্যৱসায়ী নৃপেন চেতিয়াই সভাপতিত্ব কৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে  পশুপালক পদুম গিৰিয়ে।

সভাত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ জিলা পশু চিকিৎসালয় বিষয়া ডা: এ. কেশৰী উপস্থিতি থাকে।

ডা: এ. কেশৰীয়ে গাহৰিপালকসকলৰ সৈতে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে।

লগতে তেওঁ গাহৰি পালকসকলৰ সমস্যা তথা অসুবিধাৰ হোৱাৰ সকলো কথা বুজ লয় আৰু গাহৰি পালকসকলক যথোপযুক্ত সঁহাৰি জনায়।

এই সজাগতা সভাৰ শেষত জিলা প্ৰতিনিধি সভাত উপস্থিত পালক সকলে “শিৱসাগৰ জিলা গাহৰি পালক সন্থা” নামেৰে এটি প্ৰস্তাৱ লয় আৰু শিৱসাগৰ জিলাভিত্তিত এখন পূৰ্ণাংগৰূপে জিলা সমিতি গঠন কৰে।

শিৱসাগৰৰ জিলাৰ সকলো সমষ্টিৰ পৰা সাধাৰণ গাহৰি পালকসকলৰ পৰা আৰম্ভ কৰি চিকিৎসক, চাহ বাগানৰ প্ৰাক্তন মেনেজাৰ, প্ৰাক্তন বেংকৰ বিষয়া, দল-সংগঠনৰ বিষয়-ববীয়া, বহু উচ্চ ডিগ্ৰীধাৰী যুৱক, বিভিন্ন বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ এই সমিতিখন গঠন কৰা হৈছে।

উল্লেখিত সকলো একো একোজন বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা পালক। কাৰোবাৰ যদি এটা গাহৰি আছে কাৰোবাৰ ৩০০-৪০০লৈকে আছে।

কিন্তু বৰ্তমান আফ্ৰিকান ছোৱাইন ফিভাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো এইদৰে একত্ৰিত হৈ হাতত হাত থৈ আগুৱাই যোৱাৰ এক সু-পৰিকল্পনা কৰিছে।

লগতে নতুনকৈ গঠন হোৱা সংগঠনটোৱে অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা কথা উল্লেখ কৰে।

“শিৱসাগৰ জিলা গাহৰি পালক সন্থা”ৰ উপদেষ্টা হিচাপে শিৱসাগৰ জিলা পশু চিকিৎসালয় বিষয়া ডাঃ বিশ্বনাথ গগৈ, ডা: পিংকু বৰা, ডা: শান্তনু চাংমাই, মহেন্দ্ৰ নাথ দুৱৰাক দায়িত্ব আগবঢ়োৱা হৈছে।

লগতে সভাপতি হিচাপে নৃপেন চেতিয়া, সম্পাদক হেমকান্ত গগৈ, সাংগঠনিক সম্পাদক হিচাপে ধ্ৰুৱজ্যোতি বৰুৱা আৰু মাধুৰ্য্য খঙীয়াকে ধৰি বহু পশুপালকক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd