• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ বন্ধ; দুজন ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 17, 2020 10:03 pm

1 min read

শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ বন্ধ; দুজন ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ

ফটো : নৰ্থ-ইষ্ট নাও

295
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে শিৱসাগৰত। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ দুজন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ ধৰা পৰাত আজিৰ পৰা বজাৰখন সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে দেওবাৰে ৰেপিড এন্টিজেন টেষ্টত কেন্দ্ৰীয় বজাৰৰ দুজন ব্যৱসায়ীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ পজিটিভ।

সোমবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত শিৱসাগৰ পৌৰ প্ৰশাসনে কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ চেনিটাইজ কৰাৰ লগতে কেন্দ্ৰীয় বজাৰৰ প্ৰতিজন ব্যৱসায়ীক স্বাস্থ্য বিভাগে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ লগতে প্ৰত্যেকৰে স্বাব সংগ্ৰহ কৰে।

সোমবাৰে কৰা ৰেপিড এন্টিজেন টেষ্টত আন তিনিজন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত আতংক বিৰাজ কৰিছে কেন্দ্ৰীয় বজাৰৰ ব্যৱসায়ী সকলৰ মাজত।

আনহাতে কেন্দ্ৰীয় বজাৰখন শিৱসাগৰৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। দৈনিক হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰেহি কেন্দ্ৰীয় বজাৰত। এই বজাৰৰ ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত শিৱসাগৰত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।

ইপিনে শনি আৰু দেওবাৰে লকডাউনৰ বাবে চহৰৰ সকলো দোকান পোহাৰ বন্ধ থকাৰ পিছত আজি সোমবাৰে পুনৰ কেন্দ্ৰীয় বজাৰ বন্ধ হৈ পৰাত শিৱসাগৰবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd