• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলচৰত ৬০ লাখ টকাৰ নিচাজাতীয় টেবলেটসহ আটক পাঁচজন সৰবৰাহকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2019 7:24 am
myan-1183ec68ec-e78c-4b3a-a9ec-71a3756dc2d2-750x430

ফটো : নৰ্থ-ইষ্ট নাও

3.9k
VIEWS
Share on FacebookShare on Twitter

আজি কিছু দিনৰ পৰা উত্তৰ-পূবৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগচ সৰবৰাহকাৰী তথা বহু পৰিমাণৰ ড্ৰাগচ উদ্ধাৰ কৰাৰ সময়তে শিলচৰত নিচাজাতীয় টেবলেট জব্দ কৰা বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱাৰ নেতৃত্বত চলা অভিযানত শিলচৰৰ কাশীপুৰৰ ওচৰৰ শিলচৰ-ইম্ফল ৰাষ্ট্ৰীয় পথত এখন এল্ট’ গাড়ীৰ পৰা জব্দ কৰা হয়।

জব্দ কৰিবলৈ সক্ষম হোৱা প্ৰায় ৬০ লাখ টকাৰ মূল্যৰ ৬৭ পেকেট নিচাজাতীয় টেবলেটখিনি ম্যানমাৰত প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে।

ইফালে টেবলেটখিনিৰ সৈতে পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে। ধৃত লোক কেইজন ক্ৰমে মিনাজ আহমেদ (জিৰিঘাট বজাৰ), সমীৰ ৰয় (জিৰিবাম লাঠিঘাট), ভূষন চৌধুৰী (জিৰিঘাট কালীবাৰী ৰোড), আনচাৰুল হক (জিৰিঘাট মাখন নগৰ) আৰু বুদ্ধি সিং (জিৰিবাম কালীনগৰ)৷

বাংলাদেশল্য ৰপ্তানী কৰাৰ উদ্দেশ্যে এই টেবলেটখিনি ম্যানমাৰৰ পৰা মণিপুৰ হৈ শিলচৰলৈ আনিছিল বুলি আৰক্ষীয়ে সদৰী কৰে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd