DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ আৰলিন বেগমে লাভ কৰিলে অসম সুন্দৰী ‘মিছ টীন’ ২০১৯ ৰ খিতাপ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 24, 2019 6:55 pm
Arlin Begum

'মিছ টীন' আৰলিন বেগম

2.2k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী আমগুৰিৰ আৰলিন বেগমে লাভ কৰিলে ‘মিছ টীন’ ২০১৯ অসম সুন্দৰী খিতাপ। নতুন দিল্লীৰ গুৰগ্ৰামস্থিত হোটেল ব্ৰিচটল’ত যোৱা ১৮ জুনত অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া হোমমেকাৰ ২০১৯ আৰু কুইন য়ুনিভাৰ্ছ প্ৰতিযেগিতাত অংশ গ্ৰহণ কৰি অসমৰ চাৰিগৰাকী প্ৰতিযোগীয়ে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

২০ জুনত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে তত্ত্বাৱধায়ক তথা মিলেনিয়াম কুইন য়ুনিভাৰ্ছ ২০১৯ৰ বিজয়ী কিৰণ বড়োৱে।

সংবাদ মেলত তেওঁ কয় যে  উক্ত প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰি জাপান, কোৰিয়া আৰু ছাংহাইৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। তেখেতৰ তত্ত্বাৱধানত অসমৰ ভিতৰুৱা অঞ্চল কোকৰাঝাৰ, বিজনী, কাশীকাটৰা, লখিমপুৰ, বোকাখাত, শিৱসাগৰ আদি স্থানৰ পৰা মুঠ এঘাৰগৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।

ইয়াৰ ভিতৰত ছুইটী গয়াৰীয়ে মিছ ইণ্ডিয়া, শিৱসাগৰৰ আৰলিন বেগমে মিছ টীন, আনন্দিতা দাসে মিছেছ খিতাপ আৰু ডেইজী বসুমতাৰীয়ে কুইন য়ুনিভাৰ্ছ খিতাপ আৰ্জন কৰে। আনহাতে দীয়াশ্ৰী ৰাজবংশীয়ে লিটুল প্ৰিন্সেছ, জেউতি দাসে প্ৰথম ৰানাৰ আপৰ সন্মান লাভ কৰে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd