• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰৈ থকা ট্ৰেইলাৰত বলেৰ’ৰ খুন্দা, থিতাতে নিহত ছজন বিবাহযাত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2020 1:57 pm

1 min read

8.9k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা  ৰাজ্যত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ছজনে লোকৰ থিতাতে মৃত্যু ঘটে।

এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ লেপেটকটাত।

আজি পুৱা প্ৰায় ৫.৪৫ বজাত  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজীৰ চিচিবৰ গাঁৱৰ  পৰা ডিব্ৰুগড়ৰ ভগামূৰৰ দিশে আহি থকা বলেৰ’ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই লেপেটকটা অঞ্চলৰ পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰেলাৰৰ পিছপিনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত বলেৰ’ বাহন খনৰ সন্মুখৰ  অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত ছজন আৰোহীক স্থানীয় লোকে লগে লগে ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

ভয়ংকৰ পথ দুৰ্ঘটনাটোত নিহত লোক কেইজনক ক্ৰমে হেম বড়া,কণপাই ভূঞা,জীৱক শইকীয়া,প্ৰকাশ দাস, দেৱ বড়া আৰু মদন বড়া।

দুৰ্ঘটনাত ছজনকৈ লোক নিহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ডিব্ৰুগড় অঞ্চলতে শোকৰ ছাঁ পৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা চমজি লৈছে। আহত দুজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বলেৰ’ৰ আৰোহীসকল ধেমাজীৰ এখন বিয়াৰ পৰা উভতি আহিছিল বুলি জানিব পৰা গৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd