• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত আজি নতুনকৈ ওলাল ৬ গৰাকী কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ১২১জনলৈ বৃদ্ধি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 19, 2020 11:47 am

2 min read

আমেৰিকাত ক’ৰ’না আক্ৰান্তক সেৱা আগবঢ়াই থকা প্ৰতি ৭ গৰাকী চিকিৎসকৰ এগৰাকী ভাৰতীয় চিকিৎসক

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজিৰ দিনটোতে ৬ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰে ২ গৰাকী যোৰহাট,২ গৰাকী গোলাঘাট, এগৰাকী কোকৰাঝাৰ আৰু এগৰাকী নগাওঁ জিলাৰ।

যোৰহাটৰ গৰাকী চেন্নাইৰ পৰা উভতি আহিছিল আৰু বাকী কেইগৰাকী দাৰ্জিলিঙৰ পৰা আহিছিল।

গোলাঘাটৰ দুগৰাকী বাবুল আলি আৰু মনোৱাৰ হুছেইন। ১৬ মে’ ত কাজিৰঙাৰ অৰণ্য লজত কোৱাৰেন্টাইন কৰা হৈছিল।

গোটেই কেইগৰাকীকে কোৱাৰেন্টাইন কৰি ৰখা হৈছিল।

ৰাজ্যত এতিয়া ১২১ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।

আজি টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

বৰ্তমান ৭৪ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

Alert ~ Six new #COVID19 + cases confirmed – 2 each from Jorhat and Golaghat and 1 each from Kokrajhar & Nagaon. One Jorhat patient had returned from Chennai, while other came from Darjeeling. All are in quarantine. Total – 121.

Update 11.05 am / May 19#AssamCovidCount pic.twitter.com/Sb4Xpbu9lj

— Himanta Biswa Sarma (@himantabiswa) May 19, 2020

এতিয়ালৈ চাৰিগৰাকী ৰোগী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে, কালিও গুৱাহাটীত ৭ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু এজনৰ মৃত্যু হৈছিল।

ইয়াৰে, ৩ গৰাকী ৰোগী সৰুসজাই কোৱাৰেন্টাইন কেম্পৰ আৰু ৩ গৰাকীৰ ফাঁচিবজাৰ আলু গুদামৰ(কণ্টেইনমেণ্ট জ’নৰ) সৈতে সম্পৰ্কিত আছিল।

ইপিনে, কালিৰ দিনটোতে গোলাঘাটত ৪ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লগতে কাছাৰত দুগৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

আনহাতে, কাছাৰ আৰু গোলাঘাট বাদ দি কালিৰ দিনটোত যোৰহাটত এজন আৰু নগাওঁ জিলাত এজন লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

Tags: COVID-19

Recent News

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ

কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd