• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET-JEE স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত ৬ ৰাজ্যৰ আবেদন

নতুন দিল্লীত প্ৰতিবাদী কংগ্ৰেছীক আটক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 8:01 pm
Supreme-Court-1024x512
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET-JEE  কলৈ এতিয়া দেশত সৃষ্টি হৈছে চৰকাৰ আৰু বিৰোধীৰ মাজত এখন মহাযুদ্ধ।

ক’ৰ’ণাতংকৰ মাজত দেশত NEET-JEE  অনুষ্ঠিত কৰাটো মুঠেও সমীচিন নহ’ব বুলি বিৰোধী দল সমূহে কৈ অহাৰ সময়তে শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন এনডিএই যিকোনো মূল্যৰ বিনিময়ত হ’লেও পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঁকালত টঙালি বান্ধিছে।

Apply Now

এনে সময়তে আজি দেশৰ অনা-বিজেপি শাসিত ছখন ৰাজ্যৰ ছগৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে NEET-JEE  স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰে।

পশ্চিমবংগ,পাঞ্জাৱ,ৰাজস্থান,মহাৰাষ্ট্ৰ,চট্টিশগড় আৰু ঝাৰখণ্ডৰ কেবিনেট মন্ত্ৰী ছগৰাকীয়ে দাখিল কৰা আবেদন খনত কোৱা হৈছে যে ক’ৰ’ণাতংকৰ সময়ত NEET-JEE  অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰী সকলক বিপদৰ মুখলৈ ঠেলি দিয়া হ’ব।

পৰীক্ষা অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যজনিত সুৰক্ষা সুনিশ্চিত কৰিব পৰাকৈ চৰকাৰ সমূহে পৰ্যাপ্ত যাতায়াত তথা থকাৰ ব্যৱস্থা কৰাটোও টান হৈ পৰিব।

সেয়ে ছাত্ৰ-ছাত্ৰী সকলক বিপদৰ মাজলৈ ঠেলি নিদি NEET-JEE  অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ১৭ আগষ্টত দিয়া ৰায়টো পুনৰ বিবেচনা কৰিবলৈ আবেদন খনত অনুৰোধ জনোৱা হৈছে।

আবেদনকাৰী কেবিনেট মন্ত্ৰী সকল হৈছে ক্ৰমে পশ্চিমবংগৰ আইন মন্ত্ৰী মলয় ঘটক,ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী ৰামেশ্বৰ ওৰাং,ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ৰঘু শৰ্মা,চট্টিশগড়ৰ খাদ্য মন্ত্ৰী অমৰজিত ভগত,পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু,মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী উদয় আৰ সামন্ত।

ইপিনে আজি নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত NEET-JEE  স্থগিত ৰখাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰা কংগ্ৰেছৰ একাংশ নেতাক আৰক্ষীয়ে আটক কৰি মন্দিৰ মাৰ্গ থানালৈ লৈ যায়।

আটক কৰা সকলৰ ভিতৰত দিল্লী কংগ্ৰেছৰ সভাপতি অনিল কুমাৰো আছে।

উল্লেখযোগ্য যে, ছুইজাৰলেণ্ডৰ ১৭ বছৰীয়া পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গেও টুইটযোগে মহামাৰীৰ সময়ত ভাৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা সিদ্ধান্তক সমালোচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd